• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদনত গৃহীত হ’ল ২০১৮-১৯’ বিত্তীয় বৰ্ষৰ বাজেট : সংখ্যালঘুৰ ধনক লৈ শাসক-বিৰোধীৰ বিতৰ্ক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 10:15 am
assam-assembly
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্‌কলন বুধবাৰে সদনত গৃহীত হয়। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৮-১৯ চনৰ বিত্তীয় বৰ্ষৰ বাবে অসম বিনিয়োজন (নং-২) অধিনিয়ম, ২০১৮ বিধানসভাত বিবেচনাৰ বাবে উত্থাপন কৰে।

সদনত ইতিমধ্যে বাজেট বিতৰ্ক শেষ হৈছিল আৰু যোৱা কেইদিনত শাসক আৰু বিৰোধী সদস্যসকলে বাজেটখনৰ সপক্ষে আৰু বিপক্ষে বিতৰ্কত অৱতীৰ্ণ হৈ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছিল।

Apply Now

বুধবাৰে কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে অভিযোগ উত্থাপন কৰে যে অসম সংখ্যালঘু উন্নয়ন পৰিষদলৈ ২০১৭-১৮ বিত্তীয় বৰ্ষত আবণ্টিত ধন এতিয়াও মোকলাই দিয়া নাই।

মন্ত্ৰী পাটোৱাৰীয়ে সংখ্যালঘু উন্নয়নৰ বাবে বিভিন্ন শিতানত ধন মোকলাই দিছে বুলি সদনক জনোৱা সত্ত্বেও সেয়া সত্য নহয় বুলি খালেকে অভিযোগ কৰি সংখ্যালঘু উন্নয়ন পৰিষদে  এপইচাও লাভ কৰা নাই বুলি প্ৰতিবাদ মুখৰ হৈ পৰে।

আনহাতে, পাটোৱাৰীয়ে  সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি সংখ্যালঘু উন্নয়ন পৰিষদলৈ ২০১৭ চনৰ ১৫ ডিচেম্বৰত ৫ লাখ আৰু ১৬ ডিচেম্বৰত ২০ লাখ, চলিত বৰ্ষৰ ২ফেব্ৰুৱাৰীত ৫লাখ আৰু ৩ মাৰ্চত ৪২ লাখ টকা মোকলাই দিয়াৰ কথা সদৰি কৰে।

মন্ত্ৰী গৰাকীয়ে যোগ্য বুলি বিবেচিত আঁচনিৰ ক্ষেত্ৰতহে ধন মোকলাই দিছে বুলি উল্লেখ কৰি পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমানৰ চৰকাৰে কোনো বাছ-বিচাৰ নকৰাকৈ যধে-মধে আঁচনিৰ ধন মোকলাই দি ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাটো নিবিচাৰে বুলি কয়।

ইপিনে, অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে খালেকে সদনত বিপথে পৰিচালিত কৰিছে বুলি উল্লেখ কৰি কয় যে বিধায়কজনে অসত্য কথা কৈছে আৰু সদনক ভুল তথ্য দিছে।

চৌধুৰীয়ে অধ্যক্ষই সদস্যগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব জানিব বিচাৰে।

ইয়াৰ পিছতে কংগ্ৰেছৰ বিধায়কসকলে চৌধুৰীৰ মন্তব্যৰ প্ৰতিবাদ জনাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিপৰীতে,শাসকীয় দলৰ বিধায়কসকলেও খালেকে সদনক বিপথে পৰিচালিত কৰা ঘটনাক গৰিহণা দিয়ে।

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিষয়টোত হস্তক্ষেপ কৰি উভয় পক্ষকে শান্ত কৰে।

ইয়াৰ পিছতে অসম বিনিয়োজন (নং-২) অধিনিয়ম, ২০১৮ বিধানসভাৰ সন্মতি সাপেক্ষে সদনত গৃহীত কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd