• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা: ভিন্ন ৰাজ্যৰ বোৰ্ড সমূহৰ বাবে একে ফলাফল নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্ভৱ নহয়: উচ্চতম ন্যায়ালয়

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 1:56 pm
CBSE Exam
200
VIEWS
Share on FacebookShare on Twitter

চিবিএছই-এ দ্বাদশ তথা দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছতে শিক্ষাৰ্থীক কিদৰে ফলাফল দিয়া হ’ব তাকেলৈ বহুতৰে মাজত আলোচনা আৰম্ভ হৈ গৈছে।

এনে সময়তে উচ্চতম ন্যায়ালয়ে তাৎপৰ্যপূৰ্ণ ভাবে এই বুলি কৈছে যে ৰাজ্য ভেদে বোৰ্ড সমূহৰ মন্বৰ প্ৰদানৰ প্ৰক্ৰিয়াও বেলেগ বেলেগ।

সেয়ে এই ক্ষেত্ৰত একে পদ্ধতিৰে শিক্ষাৰ্থীৰ নন্বৰৰ মূল্যায়ন কৰাটো সম্ভৱ নহয়।

ন্যায়াধীশ এএম খানউইলকাৰ আৰু দীনেশ মাহেশ্বৰীৰ আদালতে কয় যে প্ৰতি খন ৰাজ্যৰ প্ৰতি খন বোৰ্ড স্বতন্ত্ৰ।

সেয়ে এই ক্ষেত্ৰত একে পদ্ধতিৰে মূল্যায়ন কৰাটো অসম্ভৱ।আদালতে সেয়ে এনেবোৰ বিষয়ৰ ওপৰত ভিত্তি কৰি পৰীক্ষা বাতিল কৰাৰো নিৰ্দেশ দিব নোৱাৰে বুলি কয়।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে বাতিল কৰা CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণৰ বাবে বহু শিক্ষাবিদে যি ৩০:৩০:৪০ সূত্ৰৰ পৰামৰ্শ দিছিল সেই বিষয়ে উচ্চতম ন্যায়ালয়ক CBSE -এ অৱগত কৰিছিল।

উচ্চতম ন্যায়ালয়ত এটৰ্নী জেনেৰেল কেকে বেনুগোপালে কয় যে দশম, দ্বাদশ আৰু প্ৰি-বোৰ্ড টেষ্টৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ দশম আৰু , একাদশ শ্ৰেণীৰ ফলাফলৰ লগতে প্ৰি-বোৰ্ড টেষ্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল বহু বিদ্যালয়ৰ অধ্যক্ষসকলে।

CBSE- এ ইতিমধ্য এখন ১৩ জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে ৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণাৰ পৰামৰ্শত অনুমোদন জনালে সেই অনুসৰিয়েই ফলাফল ঘোষণা কৰা হ’ব। কিন্তু কি এই ৩০:৩০:৪০ সূত্ৰ?

৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ দ্বাদশ শ্ৰেণীৰ পৰাক্ষাৰ্থীৰ দশম শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ,একাদশ শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ আৰু প্ৰি-বোৰ্ড পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ৪০ শতাংশ গুৰুত্ব আৰোপ কৰা হ’ব।

১৭ জুনত সমিতিয়ে উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব।উল্লেখ্য বিগত মাহত পৰীক্ষাৰ্থীৰ একাংশ অভিভাৱকে CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাবাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিছিল।

দেশত অব্যাহত থকা ক’ৰ’নাৰ সংহাৰৰ বাবেই অৱশেষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ভিত্তিত ফলাফল প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছিল।

ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব বিচাৰে তেওঁলোকে পৰিস্থিতি উন্নত হ’লে পৰীক্ষাত বহিব পাৰিব বুলিও কোৱা হৈছিল।

চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে এখন বিশেষ সমিতি গঠন কৰিব বুলিও প্ৰকাশ কৰিছিল আৰু সেইমৰ্মে ১৩ জনীয়া সমিতি গঠনো কৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd