• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ মৰ্যাদা ঘুৰাই দিয়াৰ প্রসংগত ‘নীৰৱ’ মোদী; বৈঠকৰ পাছতে সৰৱ উপত্যকাৰ নেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 8:48 am
PM-Modi-all-party-meeting-with-JK-leaders
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছে নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰ পাছত সাংবাদিকৰ আগত ওমৰ আব্দুল্লাই জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীক তেওঁ ২০১৯ৰ ৫ আগষ্ট তেওঁলোকে নামানে বুলি স্পষ্ট কৰি জনাই দিছে।

Apply Now

ওমৰে আব্দুল্লাই কয়,’’বিশ্বাসৰ বান্ধোন ভংগ হৈছে। এইটো এতিয়া কেন্দ্ৰৰ দায়িত্বৰ ভিতৰত পৰে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।‘’

তেওঁ লগতে কয়, ‘’আমি ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিষয়টো নামানো। তথাপি আমি আইন হাতত তুলি নলও। এই বিষয়টোকলৈ লৈ আমি আদালতত যুঁজ দিম।‘’

ওমৰ আব্দুল্লাই জানিবলৈ দিয়ে যে গোলাম নবী আজাদে নিৰ্বাচনৰ পূৰ্বে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত বুলি দাবী কৰাৰ সময়ত সেইকথা শুনি প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে।

উপত্যকাৰ নেতাগৰাকীয়ে কাশ্মীৰৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা সিদ্ধান্তসমূহ ঘুৰাই দিয়া উচিত বুলি দাবী কৰি কয় যে জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত। কেবল জম্মু-কাশ্মীৰৰ ওপৰত ডিলিমিটেশ্যন আৰোপ কৰা হৈছে। আমি আগতেই এনেধৰণৰ ডিলিমিটেশ্যনৰ কোনো দৰকাৰ নাই বুলি কোৱাৰ পাছতো সেয়া আৰোপ কৰা হৈছে।

তেওঁ প্ৰশ্ন কৰি কয় যে অসমতো কৰা হয় যদিও অসমৰ ডিলিমিটেশ্যন তুলি লৈ তাত নিৰ্বাচন কৰা হ’ল। তেতিয়াহ’লে জম্মু-কাশ্মীৰৰ বাবে ডিলিমিটেশ্যন থাকিল কিয়?

আনহাতে, পিডিপিৰ নেত্ৰী মেহবুবা মুফটিয়ে বৈঠকৰ পাছত কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণ ২০১৯চনৰ ৫আগষ্টৰ পাছত বহু সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোক ক্ষুব্ধ হৈ পৰিছে।

তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে যিদৰে ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা হ’ল সেয়া জম্মু-কাশ্মীৰৰ জনসাধাৰণে মানি নলয়, তেওঁলোকে অপমানিত বোধ কৰিছে।

মেহবুবাই লগতে কয় যে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰৰ আন্দোলন চলাই যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd