• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰলৈ বাট নাচাই নাগ্ৰীজুলিত বাল্টি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 25, 2021 11:15 am
peoples work for resist erosion

ফটো: নৰ্থইষ্ট নাও।

155
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰৰ ৰাজহচক্ৰৰ অন্তৰ্গত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ এখন গাঁও সাহপুৰ।

বিগত বছৰ কেইটাত সাহপুৰত বাল্টি নৈৰ গৰাখহনীয়াত জাহ গৈছে বহু কৃষি ভূমি আৰু বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি।

প্ৰতিবছৰে গাঁওখনত গৰাখহনীয়াই জুৰুলা কৰি আহিছে ৰাইজক।

ইমানদিনে চৰকাৰ-জনপ্ৰতিনিধিৰ ওচৰত আবেদন কৰিও কোনো সুফল পোৱা নাই গাঁওবাসীয়ে।

এইবাৰ কোনো জন প্ৰতিনিধিলৈ অপেক্ষা নকৰি নৈৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীয়ে গাঁঠিৰ ধন ভাঙি নিজেই বান্ধ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল।

সম্প্ৰতি বাঁহৰে বান্ধ দি নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সাহপুৰৰ উপৰিও বাল্টিপাৰ, মতিগাঁও, গুদামবস্তি সহ মুঠ চাৰিখন গাঁওৰ ৰাইজে ৰাতি দিন একাকাৰ কৰি বাল্টি নৈৰ বুকুত চলাইছে এই প্ৰচেষ্টা।

নিৰ্বাচনৰ প্ৰাক্ ক্ষণত জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত হাতে, হাতে দা-কুঠাৰ-কোৰ লৈ নৈৰ মাজত এইদৰে বান্ধ নিৰ্মাণ কৰিছে ৰাইজে।

ভূটান পাহাৰৰ পৰা বৈ অহা বাল্টি নদীৰ খৰস্ৰোতা পানীয়ে প্ৰতি বছৰে নৈ খনৰ দুই পাৰে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰে।

বাৰিষাৰ প্ৰাক্ ক্ষণত এতিয়া এনেদৰে ৰাইজে নৈৰ প্ৰবল গৰাখহনীয়াৰ পৰা নিজৰ নিজৰ ঘৰ মাটি ৰক্ষা কৰিবলৈ হাতে-কামে লগা পৰিলক্ষিত হৈছে।

অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰক শীঘ্ৰেই অঞ্চলটোৰ গৰাখহনীয়া ৰোধৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd