• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঠবাৰৰ বিধায়ক ফণী ভূষণ চৌধুৰী হায় হায় ধ্বনিত কঁপিল বঙাইগাঁৱৰ আকাশ-বতাহ, কিয়?

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 26, 2021 2:32 pm
jk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও চহৰৰ মহাবীৰস্থানৰ পৰা নিউ বঙাইগাঁও হৈ ডাংতল সংযোগী পথছোৱা দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকাত এতিয়া উক্ত পথছোৱাৰে যাতায়াত কৰা লোকসকলে যমৰ যাতনাত ভুগিবলগীয়া হৈছে ৷

বিভিন্ন দল- সংগঠনে জৰাজীৰ্ণ পথছোৱা পুনৰ নিৰ্মাণৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত ৰে’লৱে বিভাগৰ লগতে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ নিৰ্বিকাৰ ভূমিকাই ৰাইজক হতাশ কৰি তুলিছে ৷

Apply Now

ইয়াৰ মাজতে পথছোৱা মেৰামতি তথা পুনৰ নিৰ্মাণৰ দাবীত শ্ৰমিক সংগঠন চি আই টি ইউ আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত মহাবীৰস্থানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

চি আই টি ইউ নেতা পৰিমল চক্ৰৱৰ্তী ,সোমেন দেৱ ,সঞ্জীৱ দেৱৰ লগতে গণতান্ত্ৰিক মহিলা সমিতিৰ নেত্ৰী বিজয়া ৰায় ,ঊৰ্মি সেনগুপ্ত আৰু দোলা দেৱৰ নেতৃত্বত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে নিউ বঙাইগাঁও- ডাংতল পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰক , ৰাইজৰ সমস্যা আওকাণ কৰা আঠবাৰৰ বিধায়ক ফণী ভূষণ চৌধুৰী হায় হায়,জিলা প্ৰশাসন হায় হায় আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে প্ৰায় সাত কিলোমিটাৰ দীৰ্ঘ এই পথত কেন্দ্ৰীয় বিদ্যালয় ,নিউ বঙাইগাঁও ৰে’লৱে জংচন , নিউ বঙাইগাঁও ৰে’লৱে কাৰখানা , নিউ বঙাইগাঁও ৰে’লৱে হাস্পতাল আছে ৷

ফলত হেজাৰ হেজাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিক – কৰ্মচাৰী, বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰী তথা অভিভাৱক ,অসংখ্য ৰে’লযাত্ৰী আৰু বিভিন্ন বয়সৰ লোকৰ লগতে ৰোগীৰ বাবে এই পথছোৱা একমাত্ৰ পথ ৷

সেইদৰে নিউ বঙাইগাঁও – ডাংতল আৰু সংলগ্ন গ্ৰামাঞ্চলৰ পঁচিশ সহস্ৰাধিক লোকৰ বঙাইগাঁওলৈ অহা- যোৱা কৰাৰ এইটোৱে প্ৰধান পথ ৷

দশকৰ পিছত দশক জুৰি ৰে’ল বিভাগৰ অধীনত থকা পথটো নিৰ্মাণ তথা মেৰামতিৰ নামত কিমান কোটি টকা খৰচ হৈছে তাৰ হিচাপ দিব পাৰিব ৰে’ল কৰ্তৃপক্ষই ৷

কিন্তু সাধাৰণ লোকে এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ পৰা কোনো দিনেই মুক্তি নাপালে ৷ প্ৰসৱ- যন্ত্ৰনাত ভুগি থকা মহিলা, বৃদ্ধ, ক’ভিড ৰোগী ,ৰে’ল যাত্ৰী , ছাত্ৰ – ছাত্ৰী , হেজাৰ হেজাৰ ৰে’লৱে শ্ৰমিক – কৰ্মচাৰী আৰু সাধাৰণ লোকসকলে এই কদৰ্য পথৰ বাবে নৰক যন্ত্ৰণাৰ সনিমুখীন হৈ আহিছে ৷

উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীৰ অন্তত সংগঠনৰ তৰফৰ পৰা বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকলৈ অতিশীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷স্মাৰক পত্ৰখন জিলা উপায়ুক্তৰ হৈ বিক্ষোভস্থলীত উপস্থিত হোৱা কাৰ্যবাহী দণ্ডাধীশ দীপন বৰ্মনে গ্ৰহণ কৰে আৰু ৰে’ল বিভাগৰ সৈতে জিলা প্ৰশাসনে আলোচনা কৰিব বুলি আশ্বাস দিয়ে ৷

সংগঠন দুটাই পথছোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ কাম অনতিপলমে আৰম্ভ নকৰিলে বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দি তাৰ ফলত উদ্ভৱ হ’ব পৰা যি কোনো পৰিস্থিতিৰ বাবে সংগঠন দুটা দায়ী নহ’ব বুলিও স্পষ্ট কৰি দিছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd