• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীলৈ হাতযোৰ কৰি কাতৰ অনুৰোধ এচাম কণমানিৰ,কি অনুৰোধ জনালে তেওঁলোকে?

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 27, 2021 4:37 pm
covid-vaccine-mixing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ প্ৰকৃত উন্নয়নৰ নমুনা দেখিবলৈ পাইছে অসমৰ বহু ঠাইৰ লোকে।

নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ যুগতো সাঁকো আৰু নাৱেৰে অহা যোৱা কৰিব লাগে এইখন অসমৰে বহু অঞ্চলত।

Apply Now

শিৱসাগৰ জিলাৰ পানবেচাৰ নাওজান লৰাপোতা গাঁৱৰ ছবিখনে ডিজিটেল ইণ্ডিয়াৰ ছবি খনক ম্লান কৰি পেলাইছে।

উক্ত অঞ্চলত স্বাধীনতাৰ পিছৰে পৰা আজি পৰ্যন্ত নিৰ্মাণ নহল এটা পথ। নিৰ্মাণ নহল এটি এৰা সূঁতিৰ ওপৰত এখন দলং।
বাঁহৰ সাঁকোৰেই বিপদ সংকুল পথেৰে বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে কণ কণ ছাত্ৰ ছাত্ৰীয়ে।

এই সাঁকো ডালেই নাওজান গাঁৱৰ পৰা লৰাপোতালৈ যোৱাৰ একমাত্ৰ উপায়।যাৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে গাওঁখনৰ পঞ্চাশটা পৰিয়ালে।

সূঁতিটোৰ সিপাৰে থকা বৰগিলা নপাম সুন্দৰপুৰ এল পি স্কুললৈ যাবলৈ এই সাঁকোডালেই একমাত্ৰ ভৰসা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে।

dog
*

মুখ্যমন্ত্ৰীলৈ হাতযোৰ কৰি সেয়ে কাতৰ অনুৰোধ জনাইছে অঞ্চলটোৰ এচাম কণমানিয়ে — বিদ্যালয়লৈ অহা যোৱা কৰিবৰ বাবে আমাক এখন দলং দিয়ক।

পিছে মুখ্যমন্ত্ৰীৰ কাণত পৰিবনে এই অনুৰোধ?

ইপিনে গড়কোষৰ পৰা নাওজান লৰাপোতা গাঁৱলৈ যোৱা এই পথটো দেখিলে চকু কপালত উঠিব আপোনাৰো।

স্বাধীনতাৰ পিছৰে পৰা আজি পৰ্যন্ত পকী নহল এই পথ। বাৰিষা কালত এবুকু পানীৰ তলত থাকে এই পথটো। বাৰিষাত নাৱেৰে অহা যোৱা কৰিব লাগে গাওঁবাসীয়ে।

আজি অঞ্চলটোত উপস্থিত হয় বীৰ লাচিত সেনাৰ শৃংখল চলিহা, চিতু বৰুৱাকে ধৰি বহুকেইজন নেতা। অখিল গগৈৰ সহযোগত অতিশীঘ্ৰে নাওজান লৰাপোতা গাঁৱৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে সংগঠনটোৱে।

পথ আৰু দলং নিৰ্মাণত অভিলেখ সৃষ্টি কৰা বুলি দাবী কৰা বিজেপি চৰকাৰৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ এই অঞ্চলটোৱেই উদঙাই দিছে।

কেতিয়া লাভ কৰিব নাওজান লৰাপোতাবাসীয়ে এটি পকী পথ, এখন দলং। ই এক ডাঙৰ প্ৰশ্ন।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd