• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ তৎপৰতাত জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ যুৱকক উন্নত চিকিৎসাৰ ব্যৱস্থা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 30, 2021 3:19 pm
dog

*

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ অতি জটিল ৰোগত আক্ৰান্ত ৩২ বছৰীয়া যুৱকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

শিৱসাগৰৰ GNG ৰোডৰ নিবাসী ননী দেবী নামৰ ৫৬ বছৰীয়া মাতৃ গৰাকীৰ পুত্ৰ চিন্ময় দীৰ্ঘদিনে জটিল ৰোগত ভুগি আছে। উন্নত চিকিৎসাৰ বাবে মাতৃয়ে বিচাৰিছিল চৰকাৰৰ সহায় ৷

Apply Now

এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে সহায়ৰ হাত। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে উন্নত চিকিৎসাৰ বাবে চিন্ময়ক বুধবাৰে লৈ যোৱা হৈছে গুৱাহাটীলৈ ।

উল্লেখযোগ্য যে মাতৃয়ে পুত্ৰক এৰি ঘৰৰ বাহিৰলৈ যাব নোৱাৰাৰ বাবেই মাতৃ- পুত্ৰ বঞ্চিত হৈ আছে কভিড ভেকচিনৰ পৰাও ৷

বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসাৰ ব্যৱস্থা কৰাত কৃতজ্ঞতা প্ৰকাশ কৰিছে চিন্ময়ৰ মাতৃ ননী দেৱীয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd