• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো কাৰণতে শিৱসাগৰৰ উন্নয়ন স্থবিৰ হ’বলৈ দিয়া নহ’ব; ৰংঘৰৰ সন্মুখত সেৱা লৈ বিধায়ক অখিল গগৈৰ হুংকাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 3, 2021 10:10 am
FB_IMG_1625245106072
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ প্ৰথমবাৰৰ বাবে উপস্থিত হয় ঐতিহাসিক শিৱসাগৰত। শিৱসাগৰত উপস্থিত হৈয়ে ঐতিহাসিক ৰংঘৰৰ সন্মুখত সেৱা জনাই অখিল গগৈৰ হুংকাৰ কোনো কাৰণতে শিৱসাগৰৰ উন্নয়ন স্থবিৰ হবলৈ দিয়া নহব। তেওঁ লগতে কোনো দিনে দুৰ্নীতিত লিপ্ত নহয় বুলিও প্ৰতিশ্ৰুতি দিয়ে।

ৰংঘৰ বাকৰিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এখন সম্বৰ্দ্ধনা সভাত তেওঁ কয়,  জিএমচিএইচৰ পৰা সমষ্টিলৈ আহিবলৈ বিশেষ অনুমতি লৈ তেওঁ আজি শিৱসাগৰত উপস্থিত হৈছে।

Apply Now

পাঁচ দিন শিৱসাগৰত কটাই শিৱসাগৰবাসীৰ সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

সাংবাদিকক সম্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ মৰম আৰু সন্মান দেখি অভিভূত হৈছো। শিৱসাগৰ সমষ্টিৰ ৰাইজে মোক জয়যুক্ত কৰি যিখিনি কৰিবলগীয়া আছিল কৰিলে। এতিয়া মোৰ কাম মই কৰিম।

শিৱসাগৰ সমষ্টিক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৰে অগ্ৰগতি প্ৰদান কৰিম। এনে কৰিবলৈ যাওঁতে যদি কোনো মন্ত্ৰী আমোলাই মোক বাধা প্ৰদান কৰে তেন্তে তাৰ বিৰুদ্ধে কি ব্যৱস্থা মই গ্ৰহণ কৰিম তাক ৰাইজে দেখিব।

সমষ্টিৰ সামগ্ৰিক উন্নয়ন মোৰ প্ৰথম কাম হ’ব। শিৱসাগৰখনক হেৰিটেজ চিটিৰূপে ঘোষণা কৰা মোৰ প্ৰাথমিক কাম মই ইতিমধ্যে কৰিছো। সেইদৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিম।

সেইদৰে শিৱসাগৰ সমষ্টিৰ সকলো সমস্যা চিনাক্ত কৰি সেই সমূহৰ সমাধানৰ চেষ্টা পৰ্যমানে কৰা হ’ব। তদুপৰি, শিৱসাগৰখনক এক বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত কৰা হ’ব। মই আজি শিৱসাগৰলৈ আহিছো। ইতিমধ্যে সমষ্টিৰ উন্নয়নৰ বাবে বহু কেইখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতি সমূহৰ পৰা তথ্য সংগ্ৰহ কৰি মোৰ কাৰ্য মই আৰম্ভ কৰিম।

বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াক এতিয়াৰে পৰা শান্তিত থাকিবলৈ দিয়া নহ’ব। এই চৰকাৰী বিভাগ সমুহে যদি শিৱসাগৰৰ উন্নয়ন ঠিক মতে নকৰে, তেতিয়া প্ৰত্যেকটো বিভাগক জোকাৰি দিয়া হব।

তেওঁ, কয়, এই কথা ৰংঘৰৰ বাকৰিৰ সন্মুখত ঠিয় হৈ প্ৰতিশ্ৰুতি দিছো আৰু অসম চৰকাৰক সকীয়াই দিছো, যাতে শিৱসাগৰৰ উন্নয়নত কোনেও বিধি পথালি দিব চেষ্টা নকৰে।

শিৱসাগৰৰ গৰাখহনীয়াৰ সমস্যা, বানপানীৰ সমস্যা, নগৰৰ কৃত্ৰিম বানৰ সমস্যা আদি সমস্যাবিলাক সমাধানৰ বাবে চেষ্টা কৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

সমষ্টিবাসীক তেওঁ কয়, ”কোনো কাৰণত মোক আপোনালোকে ছাৰ বুলি মাতিব নালাগে। হয় মোক অখিল গগৈ, অখিল, ককাইদেউ বুলি মাতিব, ভাইটি বুলি মাতিব, দাদা বুলি মাতিব। কিন্তু ছাৰ বুলি মতাৰ কোনো প্ৰয়োজন নাই”।

ইয়াৰ পিছতেই প্ৰিয় বিধায়ক গৰাকীক ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ কাৰ্যালয়লৈ ঢোলে ডগৰে আদৰি আনে তেওঁৰ সমৰ্থকসকলে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd