• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকণ্ঠাৰ অৱসান: পুষ্কৰ সিং ধামি উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 8:12 pm
Dhami
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একপ্ৰকাৰৰ ৰাজনৈতিক অচলাৱস্থাই গা কৰি উঠা উত্তৰাখণ্ডত অৱশেষত পুষ্কৰ সিং ধামিক নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰা হৈছে।

৪৫ বছৰীয়া ধামিয়েই হৈছে উত্তৰাখণ্ডৰ সৰ্ব কনিষ্ঠ মুখ্যমন্ত্ৰী।উত্তৰাখণ্ডৰ কুমাওন অঞ্চলৰ খাটিমা সমষ্টিৰ পৰা ধামিয়ে দুবাৰ একেৰাহে বিজেপিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে।

Apply Now

ধামি হৈছে উত্তৰাখণ্ডৰ একাদশগৰাকী মুখ্যমন্ত্ৰী।

কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত ধামিয়ে ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোছিয়াৰৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাবেও এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য শুকুৰবাৰে নিশা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে পদত্যাগ কৰিছিল ।তেওঁ চাৰি মাহো মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।

শুকুৰবাৰে নিশা ৰাজভৱনলৈ গৈ তাত ৰাজ্যপাল বেবী ৰাণী মৌৰ্যৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল।

যোৱা ১০ মাৰ্চত তেওঁ ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ সলনি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল।

শনিবাৰে বিয়লি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হয় আৰু আৰু তাতেই ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে পুষ্কৰ সিং ধামিৰ নাম ঘোষণা কৰা হয়।

কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নৰেন্দ্ৰ সিং তোমৰক ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল।অহা বছৰ মাৰ্চ মাহত উত্তৰাখণ্ড বিধানসভাৰ ম্যাদ উকলিব। হাতত মাত্ৰ কেইমাহ সময় থকা অৱস্থাত বিজেপিৰ হাতত থকা ৫৬গৰাকী বিধায়কৰ মাজৰ পৰাই নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হয়।

তিৰথ সিং ৰাৱাটৰ ক্ষেত্ৰতো একে সমস্যাৰ উদ্ভৱ হৈছিল।

ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ সলনি পাউৰি গাৰোৱালৰ সাংসদ তিৰথক বিজেপিয়ে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল। নিয়ম মতে ছ’মাহৰ ভিতৰত তেওঁক কোনো বিধানসভা আসনত বিজয়ী কৰাই আনিব লাগে। এই সময়ৰ ম্যাদ অহা ১০ছেপ্টেম্বৰত অন্ত পৰিলেহেঁতেন।

কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বা বিজেপিৰ ফালৰ পৰা তেনে কোনো প্ৰচেষ্টা চলোৱাই নহ’ল। স্বাভাৱিকতে বিজেপিয়ে তিৰথক মুখ্যমন্ত্ৰী ৰাখিব বিচৰা নাছিল বাবেই তেনে কোনো প্ৰচেষ্টাই হাতত লোৱা নাছিল।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd