• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত স্বাস্থ্যকৰ্মীৰ চৰম গাফিলতি: ই ৰিক্সাতে মৃত সন্তান প্ৰসৱ কৰিলে গৰ্ভৱতী মহিলাই

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 3, 2021 9:09 pm
d2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাৰ খৰাশিমলু গাঁৱৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰম গাফিলতিৰ ফলত আজি বিশ্বনাথৰ ফটিকাবস্তিৰ এগৰাকী মহিলাই হেৰুৱাবলগীয়া হল নিজৰ গৰ্ভস্থ ছয় মহীয়া সন্তান।

জনা মতে, ফটিকা বস্তিৰ গৰ্ভৱতী মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত মহিলা গৰাকীৰ স্বামী আৰু আশা কৰ্মীয়ে খৰাশিমলুৰ নতুন স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে।স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত থকা মনজিৎ কুৰ্মী নামৰ স্বাস্থ্য কৰ্মী গৰাকীয়ে গৰ্ভৱতী মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে।

কিন্তু স্বাস্থ্য কৰ্মী গৰাকীয়ে প্ৰদান কৰা ঔষধ খাই নিশা পেটৰ বিষ হোৱাত গৰ্ভৱতী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে আজি পুৱাই পুনৰ স্বাস্থ্যকেন্দ্ৰটোলৈ এখন ই-ৰিক্সাত লৈ আনে।

কিন্তু অভিযোগ মতে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰী তথা নাৰ্ছে গৰ্ভৱতী মহিলা গৰাকীক কোনো পৰীক্ষা নকৰাকৈ স্বাস্থ্য কৰ্মী মনজিৎ কুৰ্মীয়ে আগৰ প্ৰেছক্ৰিপচনখন লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈহে পৰামৰ্শ প্ৰদান কৰে।

ফলত উপায়হীন হৈ গৰ্ভৱতী মহিলা গৰাকীক সেই স্থানৰ পৰা স্বামী আৰু আশা কৰ্মীয়ে ই ৰিক্সাখনতে লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ বুলি যাত্ৰা কৰে।

কিন্তু চিকিৎসালয়লৈ নি থকা অৱস্থাতে ই-ৰিক্সাৰ ওপৰতে মহিলা গৰাকীয়ে প্ৰসৱ কৰে এটা মৃত সন্তান।
ইফালে পিছৰ পৰ্যায়তহে গম পোৱা গল যে খৰাশিমলু নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰি ঔষধ প্ৰদান কৰা ব্যক্তিজন চিকিৎসকৰ পৰিৱৰ্তে কমপাউণ্ডাৰহে আছিল।

ইফালে মহিলাগৰাকীক ভুল ঔষধ প্ৰদান কৰাৰ বাবেই এটি ছয়মহীয়া সন্তান নষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত মহিলাগৰাকীৰ পৰিয়ালে উচিত ন্যায় বিচাৰি দাখিল কৰিছে এজাহাৰ।

প্ৰশ্ন হয়, চিকিৎসকৰ পৰিবৰ্তে কম্পাউণ্ডাৰৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়োৱাৰ কথাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো পুনৰ বাৰ উদঙাই দিলে।

স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এটা পৰিয়ালে হেৰুৱাবলগীয়া হল সন্তান।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd