• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানপানীত খেতি নষ্ট হ’লে সেয়া পৰিপূৰণ কৰিবলৈ বঙাইগাঁও জিলাৰ ১২ টা স্থানত কমিউনিটী নাৰ্চাৰী স্থাপন

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 4, 2021 2:10 pm
klk
173
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ ১২ টা স্থানত কমিউনিটী নাৰ্চাৰী স্থাপন কৰা হ’ব।

বেলেগ বেলেগ সময়ত হোৱা বানপানীত খেতি নষ্ট হ’লে সেয়া পৰিপূৰণ কৰিবলৈ দুটা পৰ্যায়ত কমিউনিটী নাৰ্চাৰী স্থাপন কৰাৰ বাবে শালি ধানৰ বীজ সিঁচা হ’ব আৰু জিলাখনত মুঠ ৮৫ হেক্টৰ ভূমিত কমিউনিটী নাৰ্চাৰী স্থাপন কৰা হ’ব।

বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই   বঙাইগাঁৱৰ বিদ্যাপুৰত কমিউনিটী নাৰ্চাৰী স্থাপনৰ বাবে শালি ধানৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে বিগত বছৰবোৰত বঙাইগাঁও জিলাত হোৱা বানপানীত বহু খেতিপথাৰৰ শস্য  নষ্ট হোৱালৈ চাই এই বছৰো সম্ভাৱ্য বানপানীত খেতি পথাৰৰ শস্য নষ্ট হোৱাৰ আশংকা কৰি তাৰ জোৰা মাৰিবলৈ জিলা কৃষি বিভাগে শালি ধানৰ বীজ সিঁচি  কমিউনিটী নাৰ্চাৰী স্থাপনৰ ব্যৱস্থা কৰিছে।

সেই উপলক্ষে জিলাখনৰ বিদ্যাপুৰত শালি ধানৰ বীজ সিঁচা কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক চৌধুৰীয়ে ।
উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই  উপস্থিত থাকি বীজ সিঁচে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস, জিলাখনৰ কৃষি বিভাগৰ বিষয়া আদি  উপস্থিত থাকে।

উল্লেখ্য যে উক্ত এলেকাত কৃষি বিভাগৰ তৰফৰ পৰা ২.৫ হেক্টৰ মাটিত বীণা-১১( BINA-11)জাতৰ শালি ধানৰ বীজ সিঁচাৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে জিলাখনৰ কোকিলা-মৌলবীপাৰা, গোলাপাৰা, খেৰপুজি, কছাৰীপাৰা,কোটাশবাৰী,দেওহাটী আদি ঠাইতো শনিবাৰে কমিউনিটী নাৰ্চাৰী স্থাপনৰ বাবে শালি ধানৰ বীজ সিঁচা কাৰ্যৰ আৰম্ভণি কৰা হয়।

উক্ত অনুষ্ঠানসমূহত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি,চক্ৰ বিষয়া তথা কৃষি বিভাগৰ বিষয়াৰ উপস্থিতিত বীণা-১১, বাহাদুৰ চাব-১ আদি জাতৰ শালি ধানৰ বীজ সিঁচা হয়।

বানপানীত খেতি নষ্ট হ’লে সেয়া পৰিপূৰণ কৰিবলৈ বঙাইগাঁও জিলাৰ ১২ টা স্থানত কমিউনিটী নাৰ্চাৰী স্থাপন

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd