• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া গিৰি! বিশ্ব দৰবাৰত বৃহৎ অসমীয়া জাতিক প্ৰতিষ্ঠা কৰা লক্ষ্যৰে আগবাঢ়িছে “অসম সাৰথি”

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 6, 2021 8:11 pm
IMG-20210705-WA0031

ফটো: নৰ্থইষ্ট নাও।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দেউতাই দি যোৱা মাটিডোখৰত আমি স-সন্মানেৰে মূৰ তুলি জীয়াই থাকিব লাগিব। বৰ্তমান খিলঞ্জীয়াৰ প্ৰতি অহা চৰম ভাবুকিক আমি মষিমূৰ কৰিব লাগিব। সকলো ক্ষেত্ৰতে গাঁৱৰ খিলঞ্জীয়া জনে বহিৰাগতৰ পৰা অনাদৃত হৈ আহিছে। এই বহিৰাগতৰ দপদপনিক নসাৎ কৰিবলৈ আমি বদ্ধপৰিকৰ “।

এইয়া অৱশ্যে আমি কোৱা কথা নহ’য়। এইয়া গোলাঘাট বৰপথাৰৰ উদ্যমী যুৱক আকাশ বৰাৰ ভাষ্য। তেওঁৰ তত্বাৱধানতে গোলাঘাটত এক শক্তিশালী ৰূপত গঢ় লৈ উঠিছে “অসম সাৰথি” নামৰ এই অৰ্থনৈতিক সংস্থাটো।

Apply Now

২০১৯ বৰ্ষত গোলাঘাটৰ আৱৰ্ত ভৱনত আলফা (স্বাধীন)ৰ আলোচনা পন্থী নেতা  জীতেন দত্তৰ নেতৃত্বত গঠিত “অসম সাৰথি” এই অৰ্থনৈতিক সংস্থাটোৱে ইতিমধ্যে বহুতো যুৱক-যুৱতীক সামৰি লৈছে। যাৰ উদ্দেশ্যে আছিল অসমৰ ভূমিত অসমীয়াৰ অধিকাৰ সাব্যস্ত কৰা।

অসমত উৎপাদিত সামগ্ৰী অসমৰ বজাৰত উপলব্ধ হওঁক। অসমৰ বজাৰ দখল কৰিবলৈ যিসকল যুৱক-যুৱতী আগবাঢ়ি আহিছে , তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰা। যিহেতু  অৰ্থনৈতিক স্বাৱলম্বীতাহে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব। সেইয়া লাগিলে যিকোনো ক্ষেত্ৰ যেনে- কৃষিকৰ্ম, নাইবা ব্যৱসায় হ’ব পাৰে।

এই উদ্দেশ্যৰে “অসম সাৰথি”য়ে উজনিৰ পৰা নামনিলৈ বহু যুৱক-যুৱতীক ইতিমধ্যে সামৰি লৈ আৰম্ভ কৰিছে অসমীয়াৰ বজাৰ দখলৰ প্ৰচেষ্টা।

সংস্থাত অন্থৰ্ভূক্ত হোৱা এইসকল যুৱক-যুৱতীৰ পৰা সামান্য এটা মাননি ২০-৩০ টকাকৈ সংগ্ৰহ কৰি গোট খোৱা পুজিৰে বিভিন্ন কৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা সকললৈ আগবঢ়াইছে আৰ্থিক অনুদান।

কেৱল সেইয়াই নহ’য় লকডাউনৰ সময়ছোৱাত আৰ্থিক দৈনতাৰে যুঁজ দিয়া কোনো ক্ষুদ্ৰ ব্যৱসায়ী অথবা শিল্পীলৈ  আগবঢ়াইছে সহায়ৰ হাত।

“অসম সাৰথি”ৰ সহায়েৰে এতিয়া বহু নিবনুৱা যুৱক-যুৱতী  উপকৃত হৈ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত “অসম সাৰথি” ৰ এই প্ৰয়াসক আদৰিছে সকলো  খিলঞ্জীয়া অসমীয়াই।

আকাশ বৰাৰ কথাৰে, সঁচা অৰ্থত অসমৰ সম্পদ অসমীয়াৰ দখললৈ আহিলেহে অসমত অসমীয়াৰ অধিকাৰ সুনিশ্চিত হ’ব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd