• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযুক্ত ‘অপৰাধী’ক কোনো বিচাৰ নকৰাকৈ আৰক্ষীয়ে গুলিওৱাটো গণতন্ত্ৰ বিৰোধী আৰু ফেচিবাদী: অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2021 7:07 pm
Akhil-and-himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কিছুমান আশ্চৰ্য্যজনক ঘটনা ঘটিবলৈ লৈছে বুলি এক সংবাদমেলযোগে সদৰী কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

‘অপৰাধ কৰা বুলি অনুমান কৰি যেতিয়া আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰে, আজি কিছুদিনৰ পৰা আৰক্ষীয়ে গুলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে।‘ অখিল গগৈয়ে এইদৰে কয়।

Apply Now

তাৎপয্যপূৰ্ণভাৱে ‘অপৰাধীৰ কোনো বিচাৰ নকৰাকৈ শাস্তি দিয়া কাম আৰম্ভ কৰি দিয়া হৈছে’ বুলি উল্লেখ কৰি এইটো সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী আৰু এটা ফেচিবাদী কাম হৈছে বুলি দাবী কৰে অখিলে।

অখিলৰ মতে ‘প্ৰত্যেকজন গণতান্ত্ৰিক মনৰ মানুহক আশংকাত ভোগাইছে যে অচিৰেই অসমত গণতন্ত্ৰ শেষ হ’ব।‘

অসমখন যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ নিচিনা হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘য’ত অভিযুক্তক গুলিয়াই দিয়া হয়। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ সন্মিলনত অপৰাধীক গুলিয়াই দিব লাগে বুলি আৰক্ষীক প্ৰৰোচিত কৰা দেখিবলৈ পাইছো।‘

অখিলৰ প্ৰশ্ন ‘এয়া উত্তৰ প্ৰদেশৰ যোগীৰাজৰ দৰে নতুন ৰূপৰ ফেচিবাদৰ উক-মুকনি নহয় নে?’

ইপিনে, অভিযুক্তক শাস্তি প্ৰদানৰ বাবে এক ন্যায়িক ব্যৱস্থা আছে বুলি দাবী কৰি অখিলে লগতে কয়, ‘বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অভিযুক্তজন দোষী নে নিৰ্দোষী প্ৰমাণিত কৰে আদালতে। দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত অভিযুক্তসকলক আৰক্ষীয়ে গুলিয়াই দিছে। এই ঘটনাই সমগ্ৰ পৃথিৱীৰ সচেতন মহলক সচকিত কৰি তুলিছে।‘

অৱশ্যে, অভিযুক্তক ৰেহাই দিবলৈ তেওঁ কোনোপধ্যেই কোৱা নাই বুলি উল্লেখ কৰি লগতে কয়, ‘অভিযুক্তক ধৰা হওঁক অভিযুক্তক বিচাৰ কৰা হওঁক বা বেছি ডাঙৰ অভিযুক্ত হ’লে তেওঁলোকক জেইলত ভৰাই ৰখা হওঁক আৰু দোষী প্ৰমাণিত হ’লে প্ৰয়োজনত ফাঁচি দিয়ক।‘

এজন মানুহক ধৰাৰ লগে লগে তেওঁ অপৰাধী হয় নে নাই প্ৰমাণ নকৰাকৈ গুলিয়াই দিয়া ঘটনা কেতিয়াও সমৰ্থন কৰিব নোৱাৰি বুলি অখিলে কয়।

মুখ্যমন্ত্ৰীৰ দিনতে আৰক্ষী সঞ্চালক প্ৰধানে সাধাৰণ জনতাক লাঠিৰে কোবোৱা উচিত বুলি ক’বলৈ আৰম্ভ কৰিছে বুলি অভিযোগ তোলে অখিলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd