• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বত প্ৰৱেশ কৰিছে কোভিড-১৯ৰ আন এক ভেৰিয়েন্ট; এইবাৰ আহিছে ‘লাম্বদা’ৰ আতংক!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2021 10:58 am
image-1140x570
244
VIEWS
Share on FacebookShare on Twitter

দিন পাৰ হোৱাৰ লগে লগে এটাৰ পাছত আন এটা কোভিড-১৯ৰ ভেৰিয়েন্ট বিশ্বত প্ৰৱেশ কৰিবলৈ লৈছে আৰু প্ৰতিটোৱে পূৰ্বতকৈ শক্তিশালী তথা মাৰাত্মক।

ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত কোভিড-১৯ৰ আন এটি মিউটেন্টে ভুমুকি মাৰিছে। ইয়াক কোৱা হৈছে ‘লাম্বদা’ (Lambda)।

মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট  ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক।

বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট  যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি।

বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ১৪ জুনত ইতিমধ্যেই লাম্বদাক লক্ষ্যণীয় ভেৰিয়েন্ট হিচাপে ঘোষণা কৰিছে।

যোৱা ২০২০ৰ ডিচেম্বৰত প্ৰথম চিনাক্ত হোৱা ঘটনাটোৰ পাছত যোৱা এমাহত এই ভেৰিয়েন্ট এতিয়া ৩০খন দেশলৈ সংক্ৰমিত হৈছে।

‘’লাম্বদা ষ্ট্ৰেইন বিশ্বৰ ভিতৰতে সৰ্বাধিক মৃত্যুৰ হাৰ থকা দেশ পেৰুৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হৈছে,’’মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনায়।

বাতৰি অনুসৰি, মে’ আৰু জুন মাহত পেৰুত চিনাক্ত হোৱা কোভিড-১৯ৰ ঘটনাৰ প্ৰায় ৮২শতাংশই হৈছে ‘লাম্বদা’ ভেৰিয়েন্টৰ।

লাম্বদা ষ্ট্ৰেইন ব্ৰিটেইনতো চিনাক্ত হোৱা বুলি কোৱা হৈছে। ব্ৰিটেইনে যোৱা ২৩ জুনত দেশখনত মুঠ ৬টা ঘটনা ধৰা পৰা এদিন পাছত লাম্বদাক এক ‘’পৰ্যবেক্ষণত থকা ভেৰিয়েন্ট’’ বুলি সদৰী কৰিছিল।

ভাৰতত অৱশ্যে এতিয়ালৈকে লাম্বদা ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাৰ কোনো বাতৰি পোৱা হোৱা নাই।

Tags: COVID-19

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd