• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুধনৈত কোভিড বিধি উলংঘন; খৰ্গহস্ত অভিভাৱক মন্ত্ৰীৰ কঠোৰ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ জিলা প্ৰশাসনক

নীলমনি শর্মা by নীলমনি শর্মা
July 10, 2021 8:39 am
Bimal bora in dudhnoi

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ শক্তি মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই গোৱালপাৰালৈ আহি শুকুৰবাৰে দুধনৈৰ ৰাজপথত চাডেন ভিজিট দিয়ে৷

কোভিড ১৯ ৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে গোৱালপাৰা জিলাক দ্বিতীয়বাৰ সম্পূৰ্ণ কন্টেইনমেন্ট জিলা হিচাবে ঘোষণা কৰাৰ পিছত শুকুৰবাৰে দুধনৈত উপস্থিত হৈ হতভম্ব হৈ পৰে মন্ত্ৰী গৰাকী ৷

Apply Now

ৰাজ্যৰ সাতখন জিলাৰ লগতে গোৱালপাৰা জিলাক দ্বিতীয় বাৰৰ বাবে সম্পূৰ্ণ কন্টেইন্টমেন জিলা হিচাপে ঘোষণা কৰাৰ পিছতো জিলা প্ৰশাসন তথা স্থানীয় প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি কোভিড প্ৰটকল ভংগ কৰি ৰাজপথত শ শ বাহন চলাচল কৰাক লৈ খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷

দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ চৰকাৰী বাহনৰ পৰা নামি বিনা অনুমতিত চলাচল কৰা লোকৰ বাহন ৰখাই সোধপোচ কৰি পৰিস্থিতি তদাৰক কৰে৷

উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে দুধনৈৰ লগতে ৰংজুলিত উপস্থিত হয় ৷

তাৰ মাজতে ৰংজুলিৰ পৰা পুনৰ গোৱালপাৰালৈ ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথত ৰংজুলি আৰু দুধনৈৰ মাজত শ শ বাহন চলাচল কৰি থকা দেখি ৰাজপথত নামি পৰে মন্ত্ৰীগৰাকী ৷

মন্ত্ৰী গৰাকীয়ে নিজে বাহন সমুহৰ চালকক সোধপোছ কৰাৰ লগতে প্ৰশাসনৰ সহযোগত কিছু বাহন ওভতাই পথোৱাৰ উপৰি কিছু বাহন দুধনৈ থানালৈ ওভতাই পঠাই জৰিমনা বিহিবলৈ নিৰ্দেশ দিয়ে৷

ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত দুধনৈ থানাৰ সন্মুখতো মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰা দেখা যায় ৷

কভিড’ৰ সংক্ৰমণ জিলাখনত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰাক সম্পূৰ্ণ কন্টেইন্টমেন জিলা হিচাপে ঘোষণা কৰাৰ পিছতো এনেদৰে যানবাহন চলাচল কৰাক লৈ মন্ত্ৰী গৰাকীয়ে কিয় এনে পৰস্থিতিৰ সৃষ্টি হল বুলি প্ৰশ্ন কৰে ৷

ইয়াৰ উপৰিও কোভিড প্ৰটকল ভংগ কৰা সকলৰ বিৰুদ্ধে অতি শীঘ্ৰে জিলা তথা স্থানীয় প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে৷

ইপিনে মন্ত্ৰী গৰাকীয়ে কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দ্যেশ্যে ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিসালয় খনৰ চিকিৎসক, তথা স্বাস্থ্যকৰ্মী সকলৰ লগত মত বিনিময় কৰে৷

মন্ত্ৰী গৰাকীয়ে কোভিড সংক্ৰমণ ৰোধৰ বাবে ৰাইজৰ লগতে সকলোকে কোভিড নীতি মানি চলিবলৈ পৰামৰ্শ দিয়ে ৰাইজক৷ অসম চৰকাৰে কোভিড নিৰ্মূলৰ বাবে ঘোষণা কৰা এছ অ’ পিৰ সকলো নীতি-নিয়ম পালন কৰি চৰকাৰৰ লগত সহযোগিতা কৰিবলৈও আহ্বান জনায়৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd