• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক প্ৰতিহিংসা নে গণতন্ত্ৰৰ কণ্ঠৰোধৰ চেষ্টা! ‘দৈনিক ভাস্কৰ গ্ৰুপ’ত আয়কৰৰ ব্যাপক তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 6:58 pm
WhatsApp Image 2021-07-22 at 6.31.11 PM
246
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাট এই ৫খন ৰাজ্যৰ ৩৫টা স্থানত থকা দেশৰ অনত্যম বৃহৎ সংবাদ প্ৰতিষ্ঠান হিন্দী দৈনিক ভাস্কৰ গ্ৰুপৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়কৰ বিভাগে তালাচী চলায়।

গ্ৰুপটোৰ কেইবাজনো প্ৰম’’টাৰৰ ঘৰ তথা কাৰ্যালয়তো তালাচী চলোৱা হয়।

দীৰ্ঘদিন ধৰি আয়কৰ ফাঁকি দিয়াৰ অভিযোগত এইদৰে তালাী চলোৱা বুলি কোৱা হৈছে। আনহাতে, উত্তৰ প্ৰদেশৰ এটা টিভি চেনেলৰ কাৰ্যালয়তো তালাচী চলোৱা হয়।

বাতৰি অনুসৰি, দৈনিক ভাস্কৰ গ্ৰুপৰ জয়পুৰ, আহমেদাবাদ, ভূপাল আৰু ইন্দোৰৰ কাৰ্যালয়ত তালাচী চলোৱা হয়। সেইদৰে, উত্তৰ প্ৰদেশৰ ভাৰত সমাচাৰ নামৰ চেনেলৰ কাৰ্যালয়তো তালাচী চলোৱা হয়।

ভাৰত সমাচাৰৰ লক্ষ্ণৌৰ কাৰ্যালয় আৰু সম্পাদকৰ ঘৰত তালাচী চলোৱা হৈছে। এই চেনেলটোৱে বৰ্তমান কেইবাটাও বিষয়ত উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিছিল।

আয়কৰ বিভাগে দাবী কৰা মতে কৰ ফাঁকি দিয়াৰ প্ৰমান পোৱাৰ পাছত চেনেলটোৰ কাৰ্যালয়ত তালাচী কৰা হৈছে।

বিৰোধীসকলে দাবী কৰা মতে, দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰে কোভিড মোকাবিলাত চৰকাৰৰ ব্যৰ্থতাৰ কথা দাঙি ধৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয় যে কোভিড মোকাবিলাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে মোদী চৰকাৰ। দৈনিক ভাস্কৰে সেই কথা কাকতখনত তুলি ধৰিছিল। এতিয়া তেওঁলোকে তাৰ মূল্য ভৰিবলগীয়া হৈছে।

দৈনিক ভাস্কৰ গ্ৰুপ দেশৰ বৃহত্তম কাকত গোষ্ঠীৰ অন্যতম। চৰকাৰৰ বিৰুদ্ধে কলম তুল লোৱাৰ বাবেই এতিয়া গণতন্ত্ৰৰ কণ্ঠৰোধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

আনহাতে, বিৰোধীয়ে সংবাদ পত্ৰই দাঙি ধৰা তথ্যৰ ভিত্তিতে চৰকাৰক সমালোচনাৰে থকা সৰকা কৰাৰ বাবে এইদৰে চৰকাৰে পৰোক্ষভাৱে ৰাজনৈতিক প্ৰতিহিংসাৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd