• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক প্ৰতিহিংসা নে গণতন্ত্ৰৰ কণ্ঠৰোধৰ চেষ্টা! ‘দৈনিক ভাস্কৰ গ্ৰুপ’ত আয়কৰৰ ব্যাপক তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 6:58 pm
WhatsApp Image 2021-07-22 at 6.31.11 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাট এই ৫খন ৰাজ্যৰ ৩৫টা স্থানত থকা দেশৰ অনত্যম বৃহৎ সংবাদ প্ৰতিষ্ঠান হিন্দী দৈনিক ভাস্কৰ গ্ৰুপৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়কৰ বিভাগে তালাচী চলায়।

গ্ৰুপটোৰ কেইবাজনো প্ৰম’’টাৰৰ ঘৰ তথা কাৰ্যালয়তো তালাচী চলোৱা হয়।

Apply Now

দীৰ্ঘদিন ধৰি আয়কৰ ফাঁকি দিয়াৰ অভিযোগত এইদৰে তালাী চলোৱা বুলি কোৱা হৈছে। আনহাতে, উত্তৰ প্ৰদেশৰ এটা টিভি চেনেলৰ কাৰ্যালয়তো তালাচী চলোৱা হয়।

বাতৰি অনুসৰি, দৈনিক ভাস্কৰ গ্ৰুপৰ জয়পুৰ, আহমেদাবাদ, ভূপাল আৰু ইন্দোৰৰ কাৰ্যালয়ত তালাচী চলোৱা হয়। সেইদৰে, উত্তৰ প্ৰদেশৰ ভাৰত সমাচাৰ নামৰ চেনেলৰ কাৰ্যালয়তো তালাচী চলোৱা হয়।

ভাৰত সমাচাৰৰ লক্ষ্ণৌৰ কাৰ্যালয় আৰু সম্পাদকৰ ঘৰত তালাচী চলোৱা হৈছে। এই চেনেলটোৱে বৰ্তমান কেইবাটাও বিষয়ত উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিছিল।

আয়কৰ বিভাগে দাবী কৰা মতে কৰ ফাঁকি দিয়াৰ প্ৰমান পোৱাৰ পাছত চেনেলটোৰ কাৰ্যালয়ত তালাচী কৰা হৈছে।

বিৰোধীসকলে দাবী কৰা মতে, দৈনিক ভাস্কৰ আৰু ভাৰত সমাচাৰে কোভিড মোকাবিলাত চৰকাৰৰ ব্যৰ্থতাৰ কথা দাঙি ধৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয় যে কোভিড মোকাবিলাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে মোদী চৰকাৰ। দৈনিক ভাস্কৰে সেই কথা কাকতখনত তুলি ধৰিছিল। এতিয়া তেওঁলোকে তাৰ মূল্য ভৰিবলগীয়া হৈছে।

দৈনিক ভাস্কৰ গ্ৰুপ দেশৰ বৃহত্তম কাকত গোষ্ঠীৰ অন্যতম। চৰকাৰৰ বিৰুদ্ধে কলম তুল লোৱাৰ বাবেই এতিয়া গণতন্ত্ৰৰ কণ্ঠৰোধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

আনহাতে, বিৰোধীয়ে সংবাদ পত্ৰই দাঙি ধৰা তথ্যৰ ভিত্তিতে চৰকাৰক সমালোচনাৰে থকা সৰকা কৰাৰ বাবে এইদৰে চৰকাৰে পৰোক্ষভাৱে ৰাজনৈতিক প্ৰতিহিংসাৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd