• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস উদযাপন

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 26, 2021 2:38 pm
IMG_20210726_132454

ফটো: নৰ্থইষ্ট নাও।

208
VIEWS
Share on FacebookShare on Twitter

আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল।

এই দিনটোতেই চিৰবৈৰী পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা খেদি পঠিয়াইছিল ভাৰতীয় সেনাই।

সেইসময়ত কাৰ্গিলৰ উচ্চ শিখৰত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে।

১৯৯৯ চনৰে পৰা বীৰ গৰাকীক সন্মান জনাই প্ৰতিবছৰ ২৬ জুলাই তাৰিখে উদযাপন কৰি আহিছে কাৰ্গিল বিজয় দিৱসটি।

এইবাৰো কৰ’নাৰ ভয়াৱহতাৰ মাজতে খুমটাইৰ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস।

পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ অনুপস্থিতি সত্বেও গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত পৰিয়ালৰ আন সদস্য তথা জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস।

বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচী অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সমাধিত বন্তি প্ৰজ্বলন কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হৰব’লা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেন্ট এচ এচ শিৱাটচ।

শ্বহীদ গৰাকীৰ পিতৃ মাতৃ গুৱাহাটীত ৰাজ্যিকভাৱে উদযাপন কৰা কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ বাবে এইবাৰ নিজৰ বাসগৃহত উদযাপন কৰা বিজয় দিৱসত উপস্থিত থাকিব নোৱাৰিলে।

পৰিতাপৰ কথা যে পৰিয়ালটোৱে  প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছিল যদিও এইবাৰ গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিলে এই বিজয় দিৱসটো।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd