• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনি ৰূপায়নৰ নামত ভেকোভাওনা; গাঁৱৰ ৰাইজে নাজানেই আঁচনিৰ কথা

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 27, 2021 3:38 pm
PM model village project

ফটো: নৰ্থইষ্ট নাও।

253
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আচঁনিৰ নাম প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও আঁচনি। এই আচঁনি ৰূপায়ন দায়িত্ব প্ৰদান কৰা হৈছে স্থানীয় উন্নয়ন খণ্ড সমূহৰ লগতে সংশ্লিষ্ট জিলা সমূহৰ জিলা পৰিষদ সমূহক।

সাংসদৰ তত্বাৱধানত ৰূপায়ন কৰিবলৈ লোৱা আদৰ্শ গাঁৱৰ এই আঁচনি সমূহৰ ৰূপায়ন সঠিক ৰূপত হৈছেনে ?

আদৰ্শ গাঁও প্ৰতিষ্ঠাৰ নামত গাঁওখনৰ ৰাইজক অন্ধকাৰত ৰাখি একাংশ চৰকাৰী বিষয়া-ঠিকাদাৰে যে চৰকাৰী ধনৰ শৰাধ পাতিছে সেয়া আদৰ্শ গাঁৱৰ নামত চলা কামকাজে সহজে প্ৰতীয়মান কৰিছে।

যোৰহাট জিলাৰ টীয়ক সমষ্টিত পশ্চিম টীয়ক গাঁও পঞ্চায়ত এলেকাৰ উত্তৰ দুলীয়া, জাঁজীমুখ গাঁও পঞ্চায়ত এলেকাৰ চোতাল বাঘ আৰু হাতীশাল গাঁও কেইখনক আদৰ্শ গাঁও আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰি আঁচনি ৰূপায়নৰ বাবে এক কোটি উনত্ৰিশ লাখ বাষষ্ঠি হাজাৰ টকা ধাৰ্য কৰি ইয়াৰে উনসত্তৰ লাখ একানব্বৈ হাজাৰ টকা মোকলাই দিয়া হৈছে।

উত্তৰ দুলীয়াৰ প্ৰস্তাৱিত আদৰ্শ গাঁৱত অংগনবাড়ী কেন্দ্ৰৰ নামত তিনি লাখ পাঁচ হাজাৰ টকা, ফেবাৰ্চ ব্লক দিয়া পথ নিৰ্মাণৰ বাবদ সাত লাখ পয়ত্ৰিশ হাজাৰ টকা, খেলপথাৰ নিৰ্মাণৰ বাবদ চাৰি লাখ পচপন্ন হাজাৰ টকা, সৌৰশক্তি যুক্ত ষ্ট্ৰীট লাইটৰ বাবদ দুই লাখ উনছল্লিছ হাজাৰ  টকা আৰু সামূহিক ভৱন নিৰ্মাণৰ বাবদ চব্বিশ লাখ পয়ষষ্ঠি হাজাৰ টকা ধাৰ্য কৰা হৈছিল ২০১৮-১৯ বিত্তীয় বৰ্ষত।

কিন্তু আঁচনি ৰূপায়নৰ নামত কেৱল অৰ্ধনিৰ্মিত সামূহিক ভৱনটি বাদ দি একোৱেই এই পৰ্যন্ত হৈ নুঠিল আৰু ৰাইজো এই সম্পৰ্কত অৱগত নহয়।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd