• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমা বিবাদ: শিৱসাগৰ,কলিয়াবৰত জ্বলিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা

পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা by পাৰ্শ্বজ্যোতি গগৈ,ৰিদিপ শৰ্মা
July 28, 2021 5:51 pm
himm

শিৱসাগৰত অমিত শ্বাহৰ পুত্তলিকা দাহ

335
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল,  মেঘালয় আদিৰ লগত দীৰ্ঘদিনে চলি থকা সীমা সমস্যা সমাধানত ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰ আৰু অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্ত্তন কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে নগৰৰ মাজমজিয়াস্থিত ষ্টেচ্যন চাৰিআলিত  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি সৌ সিদিনা মিজোৰাম পুলিচৰ গুলিত নিহত হোৱা অসম আৰক্ষীৰ ৬ জন জোৱান আৰু এজন সাধাৰণ মানুহৰ মৃত্যু হোৱা ঘটনাক তীব্ৰ গৰিহণা দি  সংগঠনটোৱে কয় নিৰাপত্তাৰ ক্ষেত্ৰত এয়া কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসম চৰকাৰ সম্পূৰ্ণ  ব্যৰ্থ।

কলিয়াবৰতো অমিত শ্বাহৰ পুত্তলিকা দাহ কৰা হয়।

অসমৰ ৭ জনকৈ বীৰ জোৱানে অসমৰ সীমাৰ বাবে শ্বহীদ হোৱাৰ পাছতেই জ্বলিছে অসম ।

অসমৰ সীমা সমস্যা সমাধানৰ বাবে কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে দাহ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা ।

seba
কলিয়াবৰত অমিত শ্বাহৰ পুত্তলিকা দাহ

কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে অমিত শ্বাহৰ পুত্তলিকা ।

সীমা সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন শ্লোগান প্ৰয়োগ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে দুৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে কেন্দ্ৰীয় চৰকাৰক।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd