• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰ সমষ্টিত বিজেপিৰ পঞ্চায়ত সদস্যই আক্ৰমণ কৰি ভাঙিলে বিজেপি কৰ্মীৰে ভৰি

পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই হ’ল অপৰাধ ,থানাত এজাহাৰ দাখিল

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
July 29, 2021 10:48 am
mojk
361
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰীৰ সমষ্টিত পঞ্চায়ত সদস্যৰ দাদাগিৰিয়ে এতিয়া চকু থৰ লগাইছে বহুতৰে।

পঞ্চায়তৰ দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ বাবেই বিজেপিৰ পৰা নিৰ্বাচিত সদস্যই নৃশংস আক্ৰমণ কৰিলে বিজেপি কৰ্মীকে।
গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ভাঙি পেলালে ভৰি।

পূব শুৱালকুছি গাঁও পঞ্চয়তৰ সদস্য ৰমণী দাসৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাত দাখিল এজাহাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ পূৱ শুৱালকুছি পঞ্চায়তত চলা চৰম অনিয়ম আৰু দুৰ্নীতিৰ বিৰোধিতা কৰাৰ বাবেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি পঞ্চায়ত সদস্য ৰমণী দাসে ভৰি ভাঙিলে এজন বিজেপি কৰ্মীৰ।

শুৱালকুছিৰ পূৱ শুৱালকুছি পঞ্চায়তত চলি থকা অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰায় শতাধিক মহিলাই প্ৰতিবাদ সাৱস্ত্য কৰি ঘেৰাও কৰিছিল পঞ্চায়ত কাৰ্য্যালয়ত।

প্ৰতিবাদত অংশ লৈছিল শুৱালকুছি বৰ নিজৰাপাৰৰ ৰাতুল দাসৰ পত্নী মিনু দাস নামৰ মহিলাগৰাকীয়ো ।

সেয়াই হল অপৰাধ ,যাৰ বাবে প্ৰতিবাদ জনাবলৈ যোৱা মহিলা গৰাকীৰ স্বামী ৰাতুল দাসক নিৰ্মম ভাৱে আক্ৰমণ কৰে পঞ্চায়তখনৰ সদস্য ৰমণী দাসে।

শুৱালকুছিত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অতি শীঘ্ৰে পঞ্চায়ত সদস্য ৰমণী দাসক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd