• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়িকা সুমন হৰিপ্ৰিয়াৰ কামৰ নমুনা: হাজোৰ গুদামত বছৰ বছৰ ধৰি পৰি ৰৈছে চৰ উন্নয়ন বিভাগৰ চাইকেল-চিলাই মেচিন

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
July 29, 2021 12:12 pm
mojk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰ উন্নয়ন বিভাগৰ নিষ্ক্ৰিয়তা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ দায়িত্বহীনতাৰ বাবেই হাজোৰ উন্নয়ন খণ্ডৰ গুদামতে পৰি ৰৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত চৰকাৰী চাইকেল, চিলাই মেচিনকে ধৰি বহু সামগ্ৰী।

চৰ উন্নয়নৰ নামত অহা কেইবালাখ টকা মূল্যৰ সা-সামগ্ৰী বিতৰণৰ অভাৱত হাজোৰ উন্নয়ন খণ্ডৰ কেইটামান জৰাজীৰ্ণ আৱাসত পৰিত্যক্ত হৈ থকাত এতিয়া মামৰে ধৰিবলৈ আৰম্ভ কৰিছে সেই সামগ্ৰীবোৰত ।

Apply Now

ইয়াৰ ভিতৰত চৰ এলেকাধীন বিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰীৰ বাবে অনা ২৫০ খন বাইচাইকেল, মহিলা সকলৰ বাবে অনা ৫০ টা চিলাই মেচিন আৰু চৰ পোহৰাবলৈ অনা ১০০ টা চলাৰ লাইট আছে।

জৰাজীৰ্ণ ঘৰত পেলাই থোৱা বাবে প্ৰতিবিধ সামগ্ৰী এতিয়া মামৰে ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ।

বছৰ-বছৰ ধৰি এনেদৰে সামগ্ৰী সমূহ পৰিত্যক্ত হৈ থকাত বুজন পৰিমাণৰ চৰকাৰী ধনৰ অপচয় হৈছে ।

এই সামগ্ৰীবোৰৰ দায়িত্বত থকা কৰ্মচাৰী গৰাকীৰ মতে একমাত্ৰ হিতাধিকাৰীৰ তালিকাখন প্ৰস্তত হৈ নুঠাৰ বাবেই সামগ্ৰীসমূহ বিতৰণ কৰিব পৰা নাই ।

এখন তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক দুই বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হোৱাৰ কথাই এতিয়া সকলোৰে চকু থৰ লগাইছে ।

তথাপিও আজিকোপতি তালিকাখন প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে সংশ্লিষ্ট বিভাগে।

ইয়াকেলৈ চৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কথা হ’ল সামগ্ৰীসমূহ বিতৰণৰ ক্ষেত্ৰত বিধায়িকা সুমন হৰিপ্ৰিয়াই কিয় আগভাগ নল’লে?

মাত্ৰ কেইজন মান বিষয়া আৰু বিধায়িকাগৰাকীৰ অমনোযোগিতাৰ বাবেই চৰকাৰৰ লাখ লাখ টকা পানীত নপৰিলনে? সেই ধন ৰাইজৰেই ধন নহয় জানো? এনেবোৰ প্ৰশ্নৰ উত্তৰ এতিয়া বিধায়িকাগৰাকীৰ পৰা ৰাইজে বিচাৰিছে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd