• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অলিম্পিকত অসম জীয়ৰী লাভলীনাৰ ইতিহাস সৃষ্টিৰ সময়ত কি ঘটিছে গৃহভূমি বাৰমুখীয়াত?

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 30, 2021 12:16 pm
IMG-20210730-WA0014
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাভলীনাই ইতিহাস ৰচিলে।দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতৰ বাবে নিশ্চিত কৰিলে আৰু এটা পদক। অলিম্পিকৰ ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ‘ল অসমী আইৰ কন্যা লাভলীনা বৰগোঁহাই।

গোলাঘাট জিলাৰ বৰপথাৰৰ এখনি সৰু ঠাই বাৰমুখীয়াৰ পৰা ওলাই যোৱা লাভলীনাৰ বাবে এই যাত্ৰা একেবাৰে সহজ নাছিল। নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱা লাভলীনাৰ কঠোৰ সাধনাই অৱশেষত ৰং আনিলে। নিশ্চিত হ‘ল পদক জিকাৰ সপোন।

Apply Now

আজি ভাৰতীয় সময় মতে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন নিয়েনক ৪-১ ৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰবেশ কৰে। লাভলীনাৰ এই জয়ে ভাৰতৰ বাবে টকিঅ‘ অলিম্পিকৰ দ্বিতীয়টো পদক নিশ্চিত কৰিলে।

পুৱা লাভলীনাৰ এই বিজয়ে সমগ্ৰ ভাৰতৰ লগতে অসম তথা গৃহভূমি গোলাঘাটতো এক আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰিছে। বৰপথাৰ বাৰমুখীয়াৰ ঘৰখনটো শুভেচ্ছা জনোৱা মানুহৰ সোঁত বৈছে।

উল্লেখ্য যে লাভলীনাৰ পিতৃ –মাতৃয়ে এইপৰ্যন্ত লাভলীনাৰ খেল উপভোগ কৰা নাই।

আজি পুৱাৰ ভাগত লাভলীনাৰ মাতৃ মামনি বৰগোঁহাইৰ লগত হোৱা টেলিফ‘নিক বাৰ্তালাপত এই কথা কয় মাতৃ গৰাকীয়ে। প্ৰি কোৱাৰ্টাৰ, কোৱাৰ্টাৰ ফাইনেল, এই দুয়োখন খেল উপভোগ নকৰা পিতৃ-মাতৃয়ে অৱশ্যে দেৰিকৈ খেল চাব বুলিও উল্লেখ কৰে।

২০১২ চনত প্ৰথমবাৰৰ বাবে বক্সিং ৰিঙত প্ৰৱেশ কৰা লাভলীনাই ইয়াৰ পূৰ্বে কিক বক্সিং খেলিছিল। আৰু কিক বক্সিঙটো লাভলীনাই ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক পাবলৈ সক্ষম হৈছিল।

অত্যন্ত প্ৰচাৰ বিমুখ লাভলীনাৰ দৃঢ়তাই অবশেষত খেলুৱৈ গৰাকীক লক্ষ্য প্ৰাপ্তি কৰালে। সততে সম্বৰ্ধনা আদি গ্ৰহণৰ পৰা আতৰি থকা লাভলীনাৰ একমাত্ৰ লক্ষ্য আছিল অলিম্পিক খেলা। সেই উদ্দেশ্য আগত ৰাখি সুদীৰ্ঘ সময় নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তত কৰি তুলিছিল খেলুৱৈগৰাকীয়ে।

যাৰ বাবে বহু কোম্পানীৰ পৰা অহা বিজ্ঞাপনৰ সুযোগো গ্ৰহণ কৰা নাছিল লাভলীনাই। আনৰ জাৰ্চি পিন্ধি বক্সিং ৰিঙত প্ৰবেশ কৰা লাভলীনাই আৰ্থিক সংকটৰ মাজেৰে দিন অতিবাহিত কৰি আজি নিজৰ লক্ষ্যত উপণীত হ‘ল। আৰু প্ৰমাণ কৰিলে নিজৰ লক্ষ্য স্থিৰ থাকিলে যে কোনো বাধা হেঙাৰ হ‘ব নোৱাৰে।

এতিয়া দেশবাসীৰ আশা আৰু আৰ্শীবাদ যে অসম জীয়ৰী লাভলীনাই দেশৰ বাবে সোণৰ পদক কঢ়িয়াই আনিব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd