• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলি আছে চীন-ভাৰতৰ মাজত দ্বাদশ লানি আলোচনা, গোগ্ৰা আৰু হটস্প্ৰীঙৰ পৰা চীনা সেনা আঁতৰাই নিয়াৰ দাবীত অটল ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2021 4:05 pm
a-china-750x375
297
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকট সন্দৰ্ভত চীন-ভাৰতৰ মাজত আজি পুনৰ আৰম্ভ হৈছে দ্বাদশ লানি আলোচনা।

সীমান্তৰ মলডোত আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা আলোচনা বাতৰি যুগুত কৰা পৰলৈকে চলি আছে।

আলোচনাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে চীফ লেফটেনেণ্ট জেনেৰেল পিজিকে মেনন আৰু বৈদেশিক দপ্তৰৰ অতিৰিক্ত সচিব নবীন শ্ৰীবাস্তৱে।

একেদৰে চীনৰ হৈ অংশ লৈছে পিএঞএৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ জু কুইলিঙে। ভাৰত হটস্প্ৰীং আৰু গোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ দাবী জনাইছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য লাডাখ সংকট সন্দৰ্ভত এতিয়া সম্পূৰ্ণ ৰূপে গলা নাই বৰফ। চীন আৰু ভাৰতৰ মাজত ইতিমধ্যে এঘাৰ লানি আলোচনা হোৱাৰ পিছতো লাডাখৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা নাই চীনৰ সেনা।

সেয়ে ৯ এপ্ৰিলত  ভাৰত আৰু চীনৰ মাজত একাদশ লানি আলোচনা অনুষ্ঠিত হৈছিল।

আলোচনাত মূলতঃ ডেপচাং আৰু ডোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ বিষয়ত ভাৰতে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰছিল।

উল্লেখ্য ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবালানি  আলোচনা অনুষ্ঠিত হৈছে ।

কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীন-ভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাই।

ফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰৰণ কৰিব পৰা নাই।

শেহতীয়া আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল। আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিল।

শেহতীয়া  আলোচনাত  সীমান্তৰ  বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হৈছিল।

বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক  হেঁচা দিছিল আৰু চীনে সেয়া  মানিও লৈছিল।

সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল  ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত  দুয়ো খন দেশৰ প্ৰায় ৫০,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছিল যদিও বহু সেনা ইতিমধ্যে আতঁৰাই নিয়া হৈছে।

কিন্তু এতিয়ালৈকে বায়ু সেনা বাহিনী আঁতৰাই নিয়া হোৱা নাই।

সেয়ে ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।

Recent News

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd