• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত অনলাইন ক্ৰিকেট বেটিং জুৱা ,চাৰিজনক গ্ৰেপ্তাৰঃ উদ্ধাৰ নগদ ধন, মোবাইল 

প্রণৱ কুমাৰ ডেকা by প্রণৱ কুমাৰ ডেকা
August 1, 2021 8:58 pm
bonnn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ গাঁও অঞ্চলত অবাধ হাৰত  চলিছে অন লাইন ক্ৰিকেট বেটিং জুৱা ৷ যাৰ বাবে বহু  লোক সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷ এই অনলাইন ক্ৰিকেট বেটিং জুৱাত পুৰুষৰ লগতে মহিলায়ো ভাগ লোৱাত হৈছে সৰ্বস্বান্ত ৷

এই তথ্য প্ৰকাশ কৰিছে বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোনোৱালে ৷ উপ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে মোৱাইলত ফেন কোড আৰু ক্ৰিকেট লাইভ নামৰ দুটা এপৰ জৰিয়তে এই অনলাইন ক্ৰিকেট বেটিং জুৱা অনুষ্ঠিত হয় ৷

Apply Now

চেইন চিষ্টেমত চলোৱা হয় এই  অনলাইন বেটিং জুৱা ৷ একৰ পৰা শূন্য নম্বৰৰ ভিতৰত শেষ নম্বৰ ভিত্তিত চলে এই জুৱা ৷

জুৱাত ভাগ লোৱাসকলে এই এপ দুটাৰ জৰিয়তে ক্ৰিকেট খেল চায় আৰু বেটচমেনৰ স্কোৰ তথা মুঠ স্কোৰ আদিৰ শেষ নম্বৰৰ ওপৰত বেটিং কৰে অৰ্থাৎ বাজী লগায় ৷

এইক্ষেত্ৰত ৱাটচএপৰ জৰিয়তে অনলাইন বেটিং জুৱাত ভাগ লোৱাসকলে জুৱা অনুষ্ঠিত কৰাসকলৰ সৈতে গোটেই প্ৰক্ৰিয়াটো চলাই যায় ৷ ১০ টকা ধৰিলে নম্বৰ মিলিলে ৯০ টকা লাভ কৰে ৷

ধন লাভ কৰাসকলে পিছত নিজে জুৱা অনুষ্ঠিত কৰাসকলৰ পৰা ধন সংগ্ৰহ কৰে ৷ এই অনলাইন ক্ৰিকেট বেটিং জুৱাৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ এটি আৰক্ষীৰ দলে শনিবাৰে নিশা এক অভিযান চলাই  চাৰি জন অনলাইন ক্ৰিকেট বেটিং জুৱাৰীক গ্ৰেপ্তাৰ কৰে ৷

এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা, মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , বঙাইগাঁও থানাৰ নগৰ উপ পকিদৰ্শকসহ আৰক্ষীৰ এটি দলে জিলাখনৰ মাণিকপুৰ থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা এই চাৰিজন জুৱাৰীক আটক কৰে ৷

আৰক্ষীয়ে এই অনলাইন ক্ৰিকেট বেটিং জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত মাণিকপুৰৰ ২ নং নোৱাপাৰাৰ কৃষ্ণ মণ্ডল (৪২) , মৌখোৱাৰ আকিব হুছেইন(২৭) , ডোমপাৰাৰ দেবানন পাঠক (২১) আৰু গজেন ৰায়( ২৪) ক আটক কৰে ৷

আৰক্ষীয়ে এই চাৰিজনৰ পৰা নগদ ৫১ হেজাৰ টকা , তিনিটা মোবাইল ফোন আৰু দুখন তথ্য সন্নিবিষ্ট থকা বহী উদ্ধাৰ কৰে৷

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে এই অনলাইন বেটিং জুৱাৰ পৰা সকলোকে আতৰি থাকিবলৈ আহ্বান জনাই এনে অনলাইন জুৱা বা সি কোনো জুৱা চলি থকাৰ বিষয়ে জানিলে ৰাইজক আৰক্ষীক অৱগত কৰাৰ বাবেও আহ্বান জনাইছে  ৷

ইপিনে আৰক্ষীয়ে পিছত চাৰিওজনকে গ্ৰেপ্তাৰ কৰে আৰু দেওবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে চাৰিওজনকে জেল হাজতলৈ প্ৰেৰণ কৰে৷

প্রণৱ কুমাৰ ডেকা

প্রণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd