• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিলাৰায় মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 2:47 pm
pg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ ঐতিহ্যমণ্ডিত চিলাৰায় মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি এগৰাকী ছাত্ৰ বহিষ্কাৰ হ’ব লগা হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী উত্থাপন কৰাত মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰে ৷ ইতিমধ্যে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি এই কাণ্ডক গৰিহণা দিছে৷

Apply Now

জানিব পৰা মতে মহাবিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ চৰ্চা সৰ্বত্ৰ চলি আছে ৷ ভাৰত চৰকাৰৰ Rashtriya Uchchatar Shiksha Abhiyan, বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি, কলেজ পুঁজিৰে ৰূপায়ণ কৰা আঁচনিৰ নামত ব্যাপক ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আনকি আঁচনিৰ অধীনত আৱণ্টন দিয়া এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠা, কাৰ্যালয় গৃহ দুটাৰ বছৰ নৌহ‌ওঁতেই পকী দেৱাল আৰু ছাডত চিঁৰাল ফাট মেলে৷

অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এতিয়া ছাদ খহি পৰাৰ লগতে পকীদেৱাল খহি পৰাৰ আশংকাত সময় পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷ আনহাতে শেহতীয়াকৈ ৭৫ লাখ টকাৰে নিৰ্মাণ কৰি থকা ছাত্ৰী নিৱাসৰ কামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয়, মহাবিদ্যালয়খনত পাঠদান নোহোৱাৰো অভিযোগ উত্থাপন কৰে খোদ ছাত্র একতা সভাই।

তাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই   ছাত্ৰ চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰে৷

ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে৷ এক বিবৃতিযোগে সংগঠনটোৱে ছাত্র নেতা চন্দন ৰায়ে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণ, ছাত্ৰী নিবাস নিৰ্মাণত হোৱা অনিয়মকে ধৰি মহাবিদ্যালয়খনৰ সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম চলাই দুৰ্নীতিৰ তদন্তৰ দাবীত চন্দনৰ নেতৃত্বত শিক্ষাৰ্থীসকলে অনশনত বহিছিল বুলি কয়।

ছাত্ৰ নেতাজনক গোলকগঞ্জ আৰক্ষীয়ে নিশা অনশনথলীৰ পৰা উঠাই আনি থানাত আবদ্ধ কৰি ৰাখে যদিও তেওঁ অনশন অব্যাহত ৰাখে। চিলাৰায় মহাবিদ্যালয়ত চলি থকা এনে অনশনৰ পৰিপ্ৰেক্ষিত ধুবুৰী জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কৰে। মহাবিদ্যালয়খনত অতিৰিক্ত জিলা উপায়ুক্ত উপস্থিত হৈ গৃহত ফাট মেলাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত।

স্বাভাৱিকতে ছাত্ৰ নেতা চন্দন ৰায়ৰ নেতৃত্বৰ আন্দোলনৰ ফলত তদন্ত ঘোষণা কৰাত এতিয়া ভয়ত কম্পমান হৈছে  মহাবিদ্যালয়ৰ ভিতৰচ’ৰাৰ একাংশ ৷ যাৰ ফলত ছাত্রজনক অযুক্তিকৰ কাৰণ দেখুৱাই ২১ দিনৰ বাবে বহিষ্কাৰ কৰা হৈছে ৷ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে অযুক্তিকৰ কাৰণত আক্ৰোশমূলকভাৱে চন্দন ৰায়ক বহিষ্কাৰ কৰা কাৰ্যক সকীয়াই দি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্র সংগঠনটোৱে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd