• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰমাৎ সুস্থ হৈ উঠিছে মিজোৰাম সীমান্তত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত IPS নিম্বলকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2021 7:00 pm
Nimbalkar SP

মুম্বাইৰ চিকিৎসালয়ত কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰামৰ সংঘাতত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা তদানীত্বন কৰ্তব্যৰত কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ ক্ৰমাৎ সুস্থ হৈ উঠিছে।

উল্লেখ্য যে যোৱা ২৬ জুলাইৰ দিনা সকলোৰে বুকু কঁপাই যোৱা এক ঘটনাত অসম-মিজো সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল অসম আৰক্ষীৰ ৬ গৰাকীকৈ জোৱানৰ।

Apply Now

গুলীবিদ্ধ হৈ আহত হৈছিল অৰ্ধ শতাধিক অসম আৰক্ষীৰ জোৱানৰ লগতে স্থানীয় লোক।

গুলিবিদ্ধসকলৰ মাজত আছিল প্ৰাক্তন কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰো।

নিম্বলকাৰে আনকি গুলিয়া-গুলি চলি থকাৰ সময়ত দেহত গুলি লগাৰ পাছতো মিজো আৰক্ষীক ‘ফায়াৰিং’ বন্ধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ লগতে অসম আৰক্ষীয়ে গুলি চলোৱা নাই বুলি বাৰেপতি কৈ আছিল।

বিতৰ্কিত আন্তঃৰাজ্যিক সীমান্তত মিজোৰামৰ আৰক্ষী বাহিনীৰ গুলিত বিষয়াজন গুৰুতৰভাৱে আহত হোৱাৰ পাছত তেওঁক বিমানেৰে মুম্বাইলৈ নিয়া হয় আৰু আন্ধেৰীৰ কোকিলাবেন আম্বানী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয়।

তেওঁৰ কঁকাল আৰু শৰীৰৰ তলৰ অংশত গুলিয়ে বেছি আঘাত কৰিছিল যদিও কোনো গুৰুত্বপূৰ্ণ অঙ্গ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা নাছিল।

তিনিঘন্টা ধৰা অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হৈছিল।

এতিয়া ক্ৰমান্বয়ে সুস্থিৰ হৈ উঠিছে বৈভৱ নিম্বলকাৰ। চিকিৎসালয়ত সুস্থ হৈ খোজকঢ়া এখন ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। অৱশ্যে সম্পূর্ণ সুস্থ হৈ উঠিবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব।

সমগ্ৰ অসমে এইগৰাকী সাহসী তথা কৰ্তব্যনিষ্ঠ আৰক্ষী বিষয়াৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি থকাৰ লগতে সোনকালে সুস্থ হৈ উভতি অহাৰ আশা কৰিছে।

নিম্বালকাৰ ২০০৯ বৰ্ষৰ আইপিএছ আৰু অসমৰ কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক। তেওঁ বিবাহিত আৰু তেওঁৰ এগৰাকী তিনি বছৰীয়া কন্যাসন্তান আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত কেলেংকাৰী; বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ভগ্নীৰ বিৰুদ্ধে ১৮ কোটি টকা সংগ্ৰহৰ অভিযোগ

September 12, 2026 12:55 pm
উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd