• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তালিবানৰ মোক্ষম আঘাত; আফগানিস্তানত মুকলি আকাশৰ তলত লাখ লাখ লোক!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 8:29 am
Afganistan crisis

ফাইল ফটো। সংগৃহিত।

248
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ সেনা বাহিনী দেশখনৰ পৰা প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা আফগানিস্তানৰ পৰিস্থিতি ক্ৰমে নিয়ন্ত্ৰণহীন পৰিছে।

দেশখনত আফগানিস্তানৰ চৰকাৰী সেনা বাহিনী আৰু তালিবান বিদ্ৰোহীৰ মাজত তুমুল যুদ্ধ চলি আছে। তালিবানে ইতিমধ্যে দেশখনৰ ৩৪ খন প্ৰদেশৰ ৯খনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, যোৱা মে’ মাহৰ পৰা আফগান সেনা আৰু তালিবানৰ মাজৰ সংঘৰ্ষৰ ফলত ৪লাখতকৈয়ো অধিক সাধাৰণ নাগৰিক গৃহহাৰা হৈ পৰিছে। তেওঁলোকক এতিয়া খাদ্য আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে।

দেশখনৰ বহু নাগৰিকে আশ্ৰয় শিৱিৰত স্থান নাপাই শিশুসকলক লৈ মুকলি আকাশৰ তলতে বাস কৰিবলগীয়া হৈছে।

তালিবানৰ ক্ষমতা দখলতকৈয়ো দেশখনৰ বৃহৎ সংকটটো হৈছে গৃহহীন মানুহৰ তীব্ৰ চাপ।

পূৰ্বৰে পৰা পাকিস্তান, তুৰস্ক আৰু ইৰানৰ শিৱিৰসমূহত লাখ লাখ লোকে আশ্ৰয় লৈ আছে। এতিয়া আৰু এই দেশবোৰে নতুনকৈ কোনো শৰণাৰ্থীক আশ্ৰয় নিদিয়ে। ফলত লাখ লাখ অসহায় লোকে নিজৰ দেশতে পৰিচয় হেৰুৱাই জীৱন কটাব লাগিব।

আনহাতে, প্ৰয়োজনৰ তুলনাত এক শতাংশও খাদ্য তথা দৰৱ যোগান পোৱা হোৱা নাই। ইউনিচেফে জানিবলৈ দিয়া মতে এই জৰুৰী পৰিস্থিতিত দেশখনৰ সংঘাতপূৰ্ণ অঞ্চলৰ প্ৰায় ৮০লাখ লোকক মানৱীয় সহায়ৰ প্ৰয়োজন।

ইপিনে, এখনৰ পাছত আনখন চহৰ তালিবানৰ দখললৈ যোৱাৰ বাবে এই সংকট দীৰ্ঘকালীন হোৱাৰ সম্ভাৱনা দেখা গৈছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd