• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তালিবানৰ মোক্ষম আঘাত; আফগানিস্তানত মুকলি আকাশৰ তলত লাখ লাখ লোক!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 8:29 am
Afganistan crisis

ফাইল ফটো। সংগৃহিত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ সেনা বাহিনী দেশখনৰ পৰা প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা আফগানিস্তানৰ পৰিস্থিতি ক্ৰমে নিয়ন্ত্ৰণহীন পৰিছে।

দেশখনত আফগানিস্তানৰ চৰকাৰী সেনা বাহিনী আৰু তালিবান বিদ্ৰোহীৰ মাজত তুমুল যুদ্ধ চলি আছে। তালিবানে ইতিমধ্যে দেশখনৰ ৩৪ খন প্ৰদেশৰ ৯খনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে।

Apply Now

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, যোৱা মে’ মাহৰ পৰা আফগান সেনা আৰু তালিবানৰ মাজৰ সংঘৰ্ষৰ ফলত ৪লাখতকৈয়ো অধিক সাধাৰণ নাগৰিক গৃহহাৰা হৈ পৰিছে। তেওঁলোকক এতিয়া খাদ্য আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে।

দেশখনৰ বহু নাগৰিকে আশ্ৰয় শিৱিৰত স্থান নাপাই শিশুসকলক লৈ মুকলি আকাশৰ তলতে বাস কৰিবলগীয়া হৈছে।

তালিবানৰ ক্ষমতা দখলতকৈয়ো দেশখনৰ বৃহৎ সংকটটো হৈছে গৃহহীন মানুহৰ তীব্ৰ চাপ।

পূৰ্বৰে পৰা পাকিস্তান, তুৰস্ক আৰু ইৰানৰ শিৱিৰসমূহত লাখ লাখ লোকে আশ্ৰয় লৈ আছে। এতিয়া আৰু এই দেশবোৰে নতুনকৈ কোনো শৰণাৰ্থীক আশ্ৰয় নিদিয়ে। ফলত লাখ লাখ অসহায় লোকে নিজৰ দেশতে পৰিচয় হেৰুৱাই জীৱন কটাব লাগিব।

আনহাতে, প্ৰয়োজনৰ তুলনাত এক শতাংশও খাদ্য তথা দৰৱ যোগান পোৱা হোৱা নাই। ইউনিচেফে জানিবলৈ দিয়া মতে এই জৰুৰী পৰিস্থিতিত দেশখনৰ সংঘাতপূৰ্ণ অঞ্চলৰ প্ৰায় ৮০লাখ লোকক মানৱীয় সহায়ৰ প্ৰয়োজন।

ইপিনে, এখনৰ পাছত আনখন চহৰ তালিবানৰ দখললৈ যোৱাৰ বাবে এই সংকট দীৰ্ঘকালীন হোৱাৰ সম্ভাৱনা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd