• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰম স্থিতিত আলফা স্বাধীন! পুনৰ তিনিমাহলৈ বৃদ্ধি কৰিলে যুদ্ধ বিৰতি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2021 11:50 am
Paresh-Baruah-1-750x375-2

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ তিনিমাহলৈ বৃদ্ধি কৰা হ’ল আলফা স্বাধীনৰ যুদ্ধ বিৰতি। আলফা(স্বাঃ)ৰ ফালৰ সদৰী কৰিছে এই কথা।

বিগত তিনিমাহ ধৰি আলফা (স্বাঃ) যুদ্ধবিৰত হৈ আছে। যোৱা ১৫ মে’ত সংগঠনটোৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল।

Apply Now

সেই তিনিমাহৰ ম্যাদ আজি উকলিছে। তাৰ পাছতেই পুনৰ তিনিমাহৰ বাবে যুদ্ধ বিৰত হৈ থকাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

উল্লেখ্য যে, আলফা-চৰকাৰৰ আলোচনাৰ ক্ষেত্ৰত দুই পক্ষই সহাঁৰি জনাইছে।

তেনে সময়ত আলফা (স্বাঃ) যুদ্ধ বিৰত হৈ থকা কথাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

সমান্তৰালভাবে এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতৰ স্বাধীনতা দিৱস বৰ্জনৰ কোনো আহ্বান জনোৱা নাই বিদ্ৰোহী সংগঠনটোৱে।

সেই কথাও অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰায় ৪০ বছৰীয়া ইতহিাসত এইবাৰেই প্ৰথম সংগঠনটোৱে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ ঘোষণা অথবা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব বুলি ঘোষণা কৰিছিল।

যোৱা ১১ আগষ্টত আলফা স্বাধীনে প্ৰেৰণ কৰা এক বিবৃতিত এইবুলি উল্লেখ কৰিছিল যে বৰ্তমান সমগ্ৰ বিশ্বতে কভিড ১৯ ৰ তৃতীয় লহৰ চলি থকাৰ মাজতে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই ভূতৰ ওপৰত দানহৰ দৰে ইয়াৰ ৭৫ সংখ্যক তথাকথিত স্বাধীনতা দিৱস পালন কৰিবলৈ লৈছে।

ঔপনিৱেশিক শাসকৰ এনে চুকতে থাকি বুকুত কামোৰ মৰা স্বভাৱ চূড়ান্ত অন্যায় আৰু অসমত যিটো ঐতিহাসিক ভাবে সম্পূৰ্ণ অপ্ৰাংগিক।

বিবৃতিটোত আলফা (স্বাধীনে)-এ লগতে ইয়াণ্ডাবু সন্ধিৰ প্ৰসংগ উল্লেখ কৰি কৈছিল যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানৰ বিৰুদ্ধে ব্ৰিটিছৰ যুদ্ধৰ পৰিণতিত হোৱা চুক্তিত উভয় পক্ষই অসমৰ সাৰ্বভৌমত্বৰ বিষয়টো মানি লৈছিল।

১৮২৪ চনৰ ১৭ এপ্ৰিলত মানৰ সৈতে হোৱা যুদ্ধৰ পূৰ্বে ব্ৰিটিছে বাংলা ভাষাত প্ৰকাশ কৰা প্ৰচাৰ পত্ৰতো এইবুলি কৈছিল যে ‘ৰাজ্য জয়ৰ লালসাৰে আমি তেওঁলোকৰ দেশত প্ৰৱেশ কৰা নাই…’।

ভাৰতে অসমৰ সাৰ্বভৌমত্ব খৰ্ব কৰাৰ বিৰুদ্ধে খাম ডাঠ থলগিৰি জনতাই পূৰ্বৰে পৰা যি সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ ধাৰা আজিও অব্যাহত আছে বুলি বিবৃতিটোত কোৱা হৈছিল।

শেহতীয়া কভিড পৰিস্থিতি আৰু দক্ষিণ-পূব এছিয়াৰ দেশ সমূহত দেখা দিয়া সীমা বিবাদ, বান সমস্যা , নিৱনুৱা সমস্যা আদিৰ বাবেই ভাৰতৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত আলফা(স্বাধীন)-এ কোনো সশস্ত্ৰ প্ৰতিবাদ অথবা বন্ধ ঘোষণাৰ পৰা বিৰত থকা বুলি বিবৃতিটোত কোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am
৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd