• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰা হওক; গো-সুৰক্ষা হিন্দুৰ মৌলিক অধিকাৰ: এলাহাবাদ হাইকোৰ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2021 8:30 am
Cows
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘ নহয়, গৰুক কৰা হওক ৰাষ্ট্ৰীয় পশু। এনে এক পৰামৰ্শই উঠিল এলাহাবাদ হাইকোৰ্টত। বুধবাৰে ন্যায়াধীশ শেখৰ কুমাৰ যাদৱৰ এজনীয়া বিচাৰপীঠে গো হত্যা সম্বন্ধীয় এটা গোচৰত এনেধৰণৰ বিষয় অৱতাৰণা কৰে।

‘উত্তৰ প্ৰদেশ গো হত্যা বিৰোধী আইন’ত অভিযুক্ত জাভেদ নামৰ ব্যক্তিজনৰ জামিনৰ শুনানিৰ আবেদন খাৰিজ কৰি ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ বিষয় উত্থাপিত হয়।

Apply Now

গৰু কটাৰ বাবে জাভেদক ‘উত্তৰ প্ৰদেশ গো হত্যা বিৰোধী আইন’ত গ্ৰেপ্তাৰ কৰা হৈছিল। জাভেদৰ জামিনৰ আবেদন নাকচ কৰি ন্যায়াধীশ শেখৰ যাদৱে কয়,’’ গৰু সভ্যতাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত। বেদ আৰু মহাভাৰতৰ দৰে ভাৰতীয় প্ৰাচীন গ্ৰন্থসমূহত গৰুক গুৰুত্বপূৰ্ণ অংশ হিচাপে দাঙি ধৰা হৈছে।‘’

ন্যায়াধীশ গৰাকীৰ মতে ‘গৰুৰ ভাল হ’লেহে দেশৰ ভাল হ’ব।‘ তেওঁ লগতে কয় যে ভাৰকতীয় নাগৰিকসকলৰ দৰে গৰুৰো মৌলিক অধিকাৰ থকা উচিত। ইয়াৰ বাবে সংসদত বিধেয়ক গৃহীত কৰি নতুন আইন প্ৰণয়নৰ পৰামৰ্শও দিয়ে।

ন্যায়াধীশ যাদৱে কয়,’’পৰিস্থিতি বিবেচনা কৰি গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰা উচিত আৰু গৰুৰ সুৰক্ষা ভাৰতৰ হিন্দুসকলৰ মৌলিক অধিকাৰৰ অংশ হোৱা উচিত।‘’

অৱশ্যে এয়াই প্ৰথম নহয়, ২০১৭চনতো একেই পৰামৰ্শ আগবঢ়াইছিল ৰাজস্থান হাইকোৰ্টে। গৰুক অনতিপলমে ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগিব বুলি প্ৰস্তাৱ দিছিল আদালতখনে। ৰাজস্থান আদালতে আনকি গো হত্যাত দোষী সাৱ্যস্ত হ’লে যাৱজজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ দাবীও তুলিছিল।

শেহতীয়াকৈ অসমতো মন্দিৰৰ ৫কিলোমিটাৰৰ ভিতৰত গো মাংস বিক্ৰী বন্ধ কৰা হৈছে। অসম বিধানসভাত গো সংৰক্ষণ বিধেয়ক গৃহীত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd