• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেষ্ট বেটছমেনৰ শীৰ্ষত ইংলেণ্ডৰ অধিনায়ক জো ৰুট; কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানত ৰোহিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2021 9:46 am
test top batsman
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰাখি ইংলেণ্ডৰ অধিনায়ক জো ৰুটে আইচিচিৰ টেষ্ট ৰেংকিঙত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ছয় বছৰ পাছত পুনৰ টেষ্ট বেটছমেনৰ তালিকাৰ শীৰ্ষত আৰোহন কৰিলে ৰুটে।

ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে ৫নম্বৰ স্থানত আছিল ৰুট। তেওঁৰ আগত আছিল বিৰাট কোহলি, মাৰ্নাছ লেবুছেন, ষ্টিভ স্মিথ আৰু কেন উইলিয়ামছন। কিন্তু তিনিখন টেষ্টৰ পাছতে একখোপে এক নম্বৰলৈ উঠিল ৰুট। চলিত ছিৰিজত এতিয়ালৈকে ৫০৭ৰাণ কৰিছে জো ৰুটে।

Apply Now

বৃহস্পতিবাৰৰ পৰা ওভেল টেষ্ট আৰম্ভ হ’ব। ছিৰিজৰ আৰু এখন টেষ্ট বাকী আছে। লীডছ টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ২ নম্বৰ স্থানত আছিল ৰুট। তৃতীয় টেষ্টৰ দুৰ্দান্ত ইনিংছৰ পাছতে উইলিয়ামছনক অতিক্ৰমি ১নম্বৰ স্থানলৈ উঠে ইংলেণ্ডৰ অধিনায়কগৰাকী।

জো ৰুটে টেষ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে এটা স্থান হেৰুৱাই তালিকাৰ ৬নম্বৰ স্থানত আছে।

আনহাতে, কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানলৈ উঠিছে ৰোহিত শৰ্মা। হিটমেন ৰোহিত দুবছৰ পূৰ্বে টেষ্ট তালিকাত ৫৪নম্বৰ স্থানত আছিল। তাৰ পাছতে শীৰ্ষ দহত স্থানলৈ আহে। লীডছ টেষ্টৰ পাছতে কোহলিক অতিক্ৰমি পাঁচ নম্বৰ স্থান লাভ কৰে ৰোহিতে।

উল্লেখ্য যে ২০১৭চনৰ পাছত কোনো ভাৰতীয় বেটছমেন কোহলিক অতিক্ৰমি ওপৰলৈ উঠিছে। ২০১৭ত চেতেশ্বৰ পূজাৰা ২ নম্বৰ স্থানত থকাৰ বিপুৰীতে কোহলি আছিল ৫নম্বৰ স্থানত।

চলিত টেষ্ট ছিৰিজত ইংলেণ্ডৰ বিৰুদ্ধে ৰাণৰ মুখ দেখা নাই কোহলিয়ে। যোৱা দুবছৰ ধৰি শতক কৰিব পৰা নাই ভাৰতীয় অধিনায়কগৰাকীয়ে। এতিয়া ওভেল টেষ্টত ৰাণৰ মাজলৈ উভতি অহাৰ বাবে কোহলিৰ সন্মুখত দেখা দিছে এক বিৰাট প্ৰত্যাহ্বান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd