• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাগজ কলৰ কৰ্মচাৰীৰ সুৰক্ষাৰ স্বাৰ্থত সদায় লগত থাকিব কংগ্ৰেছ: আশ্বাস সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 6, 2021 2:14 pm
WhatsApp Image 2021-09-06 at 1.28.20 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বন্ধ হৈ থকা এই কাগজ ক’লৰ কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্রেছ কমিটি সদায় এই কৰ্মচাৰীসকলৰ লগত থাকিব বুলি সংবাদমেলযোগে আশ্বাস দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই যোৱা ৪ ছেপ্টেম্বৰ, ২০২১ ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত আৰু প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতিদ্বয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপাধ্যক্ষতাত এইচ.পি.চি.এল., নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা নিবাৰণ কমিটি এখন গঠন কৰি দিছিল।

তাৎক্ষণিকভাৱে যোৱা ৫ ছেপ্টেম্বৰ,২০২১ তাৰিখে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত জাগীৰোডত উপস্থিত হৈ নগাঁও কাগজ ক’লৰ কৰ্মচাৰীৰ এটি প্ৰতিনিধিৰ দলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ কথাও সংবাদমেলত তেওঁ জানিবলৈ দিয়ে।

Apply Now

কাগজ ক’লটোৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি মুখামুখি হোৱা সমস্যাৱলীৰ লগতে বাৰে বাৰে কাগজ ক’ল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰে কৰা প্ৰতাৰণা আৰু বিগত ৫৮ মাহ ধৰি নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ ৯৩ গৰাকী কৰ্মচাৰীৰ শোকাৱহ মৃত্যুৰ ওপৰত কমিটিয়ে আলোচনা কৰে বুলিও তেওঁ উল্লেখ কৰে।

কমিটিখনে কাগজ ক’লৰ কৰ্মচাৰীক আবাহগৃহ খালী কৰিবলৈ দিয়া চৰকাৰী নিৰ্দেশৰ বুজ লয় আৰু এই সমগ্ৰ ঘটনাৱলীৰ ওপৰত নিম্নোক্ত সিদ্ধান্ত সমূহ গ্ৰহণ কৰে।

* ১৫ দিনৰ ভিতৰত কৰ্মচাৰীসকলক তেওঁলোকৰ আবাহ গৃহ খালী কৰিবলৈ দিয়া বিষয়া কুলদ্বীপ বাৰ্মাৰ নিৰ্দেশক অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে এক হঠকাৰী, অহংকাৰী সিদ্ধান্ত আৰু ইয়াৰ কোনো যুক্তিসংগত কাৰণ নাই বুলি অভিহিত কৰিছে।

* চৰকাৰখনে কৰ্মচাৰীসকলৰ ওচৰত সহায়ৰ হাত আগবঢ়াব লাগে আৰু তেওঁলোকে কৰা প্ৰতিশ্ৰুতি অনুসৰি কৰ্মচাৰীসকলক সাহায্য (বন্ধ হৈ পৰা কাগজ ক’ল পুনৰুজ্জীৱিত কৰা আৰু কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহা আদায় দিয়া) প্ৰদান কৰিব লাগে।

* আৰম্ভণিৰ পৰা এইচ পি চিয়ে অসম আৰু মিজোৰামৰ কিছু অংশৰ পৰা বাঁহ সংগ্ৰহ কৰি কাগজ তৈয়াৰ কৰাৰ বাবে ১০০ বছৰ লিজ লাভ কৰিছিল । চৰকাৰে এই কোম্পানীটো তলাবন্ধ কৰি ৰাখিছে আৰু কাৰোবাৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এই বাঁহ বিলাক ব্যক্তিবিশেষৰ হাতত গটোৱাৰ ষড়যন্ত্ৰ কৰিছে। অভিযোগ উত্থাপন হোৱা মতে, কোম্পানী খালি কৰাৰ আঁৰৰ কাহিনী হৈছে বাঁহ আৰু অসম চৰকাৰে এই বাঁহ ইথানল জাতীয় উচ্চ চাহিদাযুক্ত আৰু উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাবে পঠিওৱাৰ এক অভিসন্ধি ৰচিছে।

* ঠিক তেনেদৰে পাঁচগ্ৰামৰ তৈল খাদ কি চুক্তিত ব্যক্তিগত খণ্ডৰ হাতত গটাব বিচাৰিছে, সেই ক্ষেত্ৰত অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে। যিকোনো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটোৱা বন্ধ কৰিবলৈ আৰু এনে ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ লগত কৰা চুক্তি স্পষ্ট কৰাৰ বাবে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনাইছে।

ইপিনে, কাৰ্বি-আংলঙৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, “আমি অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে চৰকাৰৰ শান্তি প্ৰচেষ্টাক সদায় আদৰণি জনাই আহিছোঁ। কিন্ত  এইটোও লক্ষণীয় যে কেন্দ্ৰীয় বিজেপি চৰকাৰে শান্তি চুক্তিৰ ধুমধামেৰে স্বাক্ষৰ কৰে কিন্তু ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আশা কৰা মতে ফলপ্ৰসু নকৰে। বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে। ঘোষণা অনুসৰি ১৫০০ কৌটি টকীয়া পেকেজ, ৰাজ্য চৰকাৰৰ পৰা বছৰি ২৫০ কৌটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰি ২৫০ কৌটি টকীয়া পেকেজৰ আজিলৈকে বিটিআৰে কিমান টকা পালে সেয়া স্পষ্ট কৰিব লাগে। ঠিক তেনেদৰে কাৰ্বি আংলং চুক্তি কাৰ্যকৰী কৰাৰ তথ্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে যাতে অসমৰ মানুহে এই শান্তি চুক্তি কাৰ্যকৰীকৰণৰ প্ৰকৃত ছবিখনৰ বিষয়ে অৱগত হয়।”

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd