• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

JEE Main Result 2021: ৪৪ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ শতাংশ নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2021 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

JEE Main Result 2021 ইতিমধ্যে ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা বিভাগে মঙলবাৰে মাজনিশা JEE Main Result 2021ঘোষণা কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে এইবাৰ JEE Main Result 2021ত ৪৪ গৰাকী পৰীক্ষাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।এইবাৰ ১৮ গৰাকী প্ৰাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

প্ৰাৰ্থীসকলে পৰীক্ষাৰ ফলাফলৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সি অৰ্থাৎ NTA ৰ অফিচিয়েল ৱেবছাইট বা ৰিজাল্ট পৰ্টেল চাব লাগিব।

ফলাফলৰ লগতে একেদিনাই উত্তৰ বহী, কাট অফ তথা অল ইণ্ডিয়া ৰেংকিঙৰ তালিকাও প্ৰকাশ কৰিছে NTAয়ে।

যোৱা ২৬, ২৭, ৩১ আগষ্ট আৰু ১ তথা ২ ছেপ্টেম্বৰত JEE Main 2021 পৰীক্ষাৰ চতুৰ্থ ছেছন দেশৰ ৩৩৪খন চহৰত অনুষ্ঠিত হৈছিল।

JEE Main পৰীক্ষাৰ প্ৰথম আঢ়ৈ লাখ পৰীক্ষাৰ্থীয়ে JEE এডভান্সৰ বাবে সুযোগ লাভ কৰিব।

JEE Main 2021 পৰীক্ষাৰ ফলাফল চাবলৈ লগ ইন কৰক:

  • nta.nic.in
  • ac.in
  • nic.in
  • nic.in       –আদি ৱেবছাইট ।

কেনেকৈ চাব ফলাফল:-

 *প্ৰথমতে jeemain.nta.nic.in –ৱেবছাইট যাওক।

* ডিছপ্লেত ৰিজাল্ট লিংক দেখা পাব, তাত ক্লিক কৰক।

*লগ ইন কৰাৰ প্ৰয়োজনীয় তথ্য দি লগ ইন কৰক।

Latest News  : ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনা,থিতাতে নিহত ৫ জন

ডিজিলকাৰত কেনেকৈ চাব ফলাফল:-

*ডিজিলকাৰত গৈ লিংকত ক্লিক কৰি আধাৰ অনুসৰি নিজৰ নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ দিয়ক।

*এটা ৬টা ডিজিটৰ ছিকিউৰিটি পিন ছেট কৰি নিজৰ ই-মেইল আইডি দিয়ক।

*তাৰপাছত আধাৰ নম্বৰ এড কৰক।

*তথ্য সন্নিৱিষ্ট কৰাৰ পাছত এটা য়ুজাৰ নেম বাচি লোক।

*ইয়াৰ পাছত ডিজিলকাৰ একাউন্ট প্ৰস্তুত হৈ গ’লে এপ্লিকেশ্যন নম্বৰ জমা দি তাত ফলাফল চাওক।

শীৰ্ষস্থান দখল কৰা পৰীক্ষাৰ্থীসকলৰ ভিতৰত কৰ্ণাটকৰ গৌৰৱ দাসৈ,বিহাৰৰ বৈভৱ বিশাল,অন্ধ্ৰ প্ৰদেশৰ ডি ভি পানিছ,ৰা৪জস্থানৰ সিদ্ধান্ত মুখাৰ্জী,আনচুল বাৰ্মা,মৃদুল আগৰৱালা,দিল্লীৰ কাব্য চোপ্ৰা,উত্তৰ প্ৰদেশৰ পল আগৰৱালা আদি অন্যতম।JEE Main 2021 পৰীক্ষা এইবাৰ অসমীয়াকে ধৰি দেশৰ ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd