• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গোৎসৱত মেলামুখিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাকক: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
September 17, 2021 7:21 pm
259
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ ৭টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি ক’ভিডৰ মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লয় ।

তেওঁ গোলাঘাট নগৰৰ জিলা স্পৰ্টছ কম্প্লেক্সৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পিছত সাংবাদিকৰ আগত কয় যে প্ৰতিজন লোককে দুপালি প্ৰতিষেধক দিয়াতো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

তেওঁ সমাগত দুৰ্গা পূজাত কেৱল মাংগলিক অনুষ্ঠানহে পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ।

তেওঁ কয় যে অসমৰ ২ কোটি ১০ লাখৰো অধিক লোকক এতিয়ালৈকে ক’ভিডৰ প্ৰতিষেধক দিয়া হৈছে । ক’ভিডৰ তৃতীয় ঢৌ যাতে নাহে তাৰ বাবে সকলো ধৰণে প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

Latest News:উপ- নিৰ্বাচনৰ পিছত থাওৰবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰাক্তন বিধায়ক হিচাপে চিনি পাব;  অখিল গগৈ

মন্ত্ৰীগৰাকীয়ে সমাগত দুৰ্গোৎসৱত মেলামুখী আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।

আনহাতে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ক’ভিডৰ তৃতীয় ঢৌ আহিলেও যুঁজ দিয়াৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগ প্ৰস্তুত আছে ।

তাৰ পিছতে তেওঁ নগৰখনৰ পাঁচ আলি সেৱা সদন ৰাজহুৱা ভৱনৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক ল’বলৈ অহা লোকসকলৰ সৈতে মত বিনিময় কৰে ।

তেওঁ জল জীৱন অভিযানৰ লগতে লোকনিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ অধীনত কাম কৰিবলৈ জিলাখনৰ বাহিৰৰ পৰা অহা শ্ৰমিকসকলক চিনাক্ত কৰি ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ  জিলাখনৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক নিৰ্দেশ দিয়ে ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বোকাখাত হাইস্কুল, বোকাখাত চাহ বাগিচা, মৰঙি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ৰঙাজান চাহ বাগিচা আৰু ৰংদৈ চাহ বাগিচা ফেক্টৰীৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd