• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা শক্তি ৰাষ্ট্ৰ তথা সমাজ জীৱনৰ মহাশক্তি : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 6:56 pm
মুখ্য মন্ত্ৰী
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মহিলা শক্তি মহাশক্তি। সেই শক্তিৰ ওপৰত আমাৰ সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আস্থা ৰাখিব লাগিব। মাতৃ শক্তিয়ে এখন ৰাষ্ট্ৰ, ৰাজ্য, সমাজক শক্তিশালী কৰি তোলে। প্ৰতিটো প্ৰজন্মক জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মহিলাসকলে শক্তি প্ৰদান কৰি আহিছে।’ দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভ উদ্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোত কয় যে ১ লাখ ২৬ হাজাৰ মহিলা আত্ম সহায়ক গোটক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপে অসমৰ অৰ্থনৈতিক দিশত পৰিৱৰ্তন সম্ভৱ কৰি তুলিব।

Apply Now

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ মহিলাৰ মৰ্যাদা হানিকৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়।

থানা সমূহত মহিলা কোষ গঠন, হেল্প লাইন মুকলি জিলাই জিলাই ফাষ্ট ট্ৰেক আদালত স্থাপনৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত মহিলা সকল অধিক সচেষ্ট হ’ব লাগিব বুলি কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ যেনে গ্ৰাম্য উন্নয়ন যোজনা, গুণগত শিক্ষাৰ বিকাশৰ বাবে গুণোৎসৱ আদিৰ কথা উল্লেখ কৰে।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আঁচনি সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে ২৫০০ কোটি টকা ব্যয় কৰিব বুলিও কয়।

লগতে মন্ত্ৰী গৰাকীয়ে একোটা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈ কিদৰে ঋণ লাভ কৰিব আৰু এই ক্ষেত্ৰত চৰকাৰে কি দৰে সহায় আগবঢ়াব সেই সম্পৰ্কত বিতং বাখ্যা আগবঢ়ায়।

অনুষ্ঠানত উপস্থিত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে এই আঁচনিৰ জৰিয়তে ১ লাখ আত্মসহায়ক গোটক সামৰি লোৱা হ’ব আৰু ১০ লাখ পৰিয়াল ইয়াৰ জৰিয়তে উপকৃত হ’ব পাৰিব বুলি কয়। লগতে মন্ত্ৰী গৰাকীয়ে ইয়াৰ বাবে ২৫০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কৈ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ১৫ হাজাৰ টকা লাভ কৰা আত্মসহায়ক গোটক অতিৰিক্ত ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি কয়।

অনুষ্ঠানত গড়কাপ্টানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক সকল ক্ৰমে সুমন হৰিপ্ৰিয়া, ভৱেশ কলিতা, প্ৰণৱ কলিতা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, বিভাগৰ আয়ুক্ত সচিব জে বি এক্কাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৫ টা আত্ম সহায়ক গোটক প্ৰতীকি চেক প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd