• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ন্যায় ব্যৱস্থাক ‘ভাৰতীয়কৰণ’ৰ আহ্বান জনালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 18, 2021 8:57 pm
222
VIEWS
Share on FacebookShare on Twitter

দেশৰ ন্যায় ব্যৱস্থাক ‘ভাৰতীয়কৰণ’ কৰাৰ আহ্বান জনালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই।

এই আহ্বান জনাই ৰামানাই কয় যে ভাৰতীয় জনতাৰ স্বাৰ্থতে ঔপনিৱেশিক নীতি গ্ৰহণ কৰি থকাৰ এতিয়া আৰু সময় নহয়।

তেওঁ কয় যে আমাৰ ন্যায় ব্যৱস্থাটো এতিয়াও ঔপনিৱেশিক কালৰ নিয়ম মতেই চলি থকা কথাটো সাধাৰণ ভাৰতীয় লোকৰ বাবে খাপ খোৱা ধৰণৰ হৈ থকা নাই।

সেয়ে আমাৰ ন্যায় ব্যৱস্থাটোক সম্পূৰ্ণ ভাৰতীয়কৰণ কৰি তোলাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

কৰ্ণাটক ৰাজ্যিক বাৰ কাউন্সিলে আয়োজন কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰয়াত ন্যায়াধীশ মোহন মোহন সান্তনাগৌডাৰ স্মৃতিচাৰণ অনুষ্ঠানত উপস্থিত থাকি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে এনেদৰে কয়।

Latest News:২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ মোদীৰ জন্মদিনটোলৈকে কিয় ৰ’ৱলগীয়া হ’ল? চিদাম্বৰমৰ প্ৰশ্ন

 

ৰামানাই কয়—’ মই যেতিয়া ভাৰতীয়কৰণৰ কথা কৈছে তেতিয়া এই বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছো যাতে আমাৰ ন্যায় ব্যৱস্থাটোৱে দেশৰ সমাজ খনৰ লগতে দেশবাসীৰ বাস্তৱিক প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে’।

এই সন্দৰ্ভত উদাহৰণ দাঙি ধৰি ৰামানাই কয় যে যেতিয়া গাঁৱৰ পৰা কোনো লোকে আহি পৰিয়ালৰ কোনো বিবাদ সম্পৰ্কীয় শুনানিত উপস্থিত থাকে ,তেতিয়া আদালতৰ কাম-কাজ ইংৰাজী ভাষাতে চলিছে সেয়া গাঁৱৰ পৰা অহা লোকে বুজি নাপাবও পাৰে।

একেদৰে ৰায়সমূহো যথেষ্ট দীঘলীয়া হোৱা বাবে সেয়া বহুতৰে বাবে দুৰ্বোধ্য হৈ পৰে বুলিও ৰামানাই কয়।

ইয়াৰ বাবেই বহুতে অযথা অধিক ধন ভৰিবলগীয়া হোৱাৰ কথাটোও ৰামানাই উল্লেখ কৰে।

সেয়ে আদালতৰ কাম-কাজসমূহ যথা সম্ভৱ সৰল আৰু সহজ কৰি তোলাৰ বিষয়ত মুখ্য ন্যায়াধীশ ৰামানাই মন্তব্য কৰে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd