• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ-এআইইউডিএফৰো উচটনি থাকিব পাৰে : অতুল বৰা

'আইন হাতত তুলি ললে চৰকাৰে কেতিয়াও মনে মনে থাকিব নোৱাৰে'

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 26, 2021 2:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইন হাতত তুলি ললে চৰকাৰে কেতিয়াও মনে মনে থাকিব নোৱাৰে ৷

সিদিনা গৰুখুঁটিত যি ঘটনা সংঘটিত হ’ল আমি ভাৱো যে সেই হিংসাত্মক ঘটনাৰ লগত কেতবোৰ অপশক্তি জড়িত হৈ আছে ৷ নহ’লে সেই স্থানত ইমান মানুহ নাই ৷ এশ মানুহৰ ঘৰো নাই ৷ গতিকে ইমান হাজাৰ মানুহ ক’ৰ পৰা তাত গোট খালে ?

Apply Now

সংগঠিত ৰূপত বাধা প্ৰদান কৰাৰ বাবে তাত ইমান মানুহ গোট খাইছিল ৷ এই মন্তব্য ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ৷

মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলাত উপস্থিত হৈ এই মন্তব্য কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া আৰু জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ উপস্থিতিত কৃষি,পশুপালন, দুগ্ধ উন্নয়ন আৰু সমবায় বিভাগৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাত মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে তেওঁ৷

সাংবাদিকে মন্ত্ৰী বৰাক গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত কয় যে গৰুখুঁটিৰ আমাৰ যিটো প্ৰকল্প এই প্ৰকল্পটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ লৈছে আৰু এয়া তেওঁৰ সপোন ৷

ইয়াৰ জৰিয়তে এটা মডেল প্ৰজেক্ট কৰিব বিচৰা হৈছে যাতে সমগ্ৰ ৰাজ্যখনৰ উঠি অহা চামটোৱে ইয়াক দেখি উদ্বুদ্ধ হয় ৷ তাৰ বাবে ইতিমধ্যে কাম তৰিৎ গতিত আগবাঢ়িছে ৷ ইয়াৰ বাবে পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছিল আৰু কমিটিখনে তাত যথেষ্টখিনি কাম কাজ আগবঢ়াইছিল ৷

আনকি গুজৰাটৰ পৰা গিৰ গৰু অনা হৈছে ৷ তাত যিখিনি লোক আছে সেই লোকখিনিক বিকল্প স্থানত মাটি দিয়াৰ কথাও কৈছে আৰু ইতিমধ্যে তেওঁলোকে সেই কথা বুজিও উঠিছে৷ এইটো নহয় যে তেওঁলোকক অমানৱীয়ভাৱে কিবা প্ৰকাৰে তাৰ পৰা উঠাই দিয়া হ’ব ৷

হয় ,অসম আন্দোলনৰ সময়তো ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈছে সেই এলেকা বিলাকত ৷ জয়নাথ শৰ্মাৰ ভাতৃক তাত হত্যা কৰা হৈছিল ৷ কিন্তু কথা হ’ল চৰকাৰৰ মাটি কোনোবাই দখল কৰি থাকিব আৰু চৰকাৰে সদায় মনে মনে থাকিব সেইটো হ’ব নোৱাৰে ৷

আমাৰ ৰাজ্যখনৰ কৃষি বিভাগৰে ৭৫ খনমান চিড ফাৰ্ম আছে ৷ তাৰে বহুখিনি মাটি দখল হৈছে ৷ আনকি কিছুমান সন্দেহজনক মানুহেও তাত বসবাস কৰিবলৈ লৈছে ৷ গতিকে সেইবিলাকো উচ্ছেদ কৰা হ’ব আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে এনেকুৱা ধৰণৰ বাধাই আমাৰ গতি স্তব্ধ কৰিব নোৱাৰে ৷

আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হ’বলৈ নিশ্চিতভাৱে আমি আগবাঢ়ি যাম ৷ কিন্তু এইটো ঠিক যে কোনোবা এজন ফটোগ্ৰাফাৰৰ এটা দৃশ্য দেখিছো বৰ ভালবিধৰ নহয় ৷ অত্যন্ত দুৰ্ভাগ্যজনক ৷ তেনেকুৱা ঘটনা আমি কেতিয়াও আশা নকৰো৷ মূল কথা হ’ল যে পৰিকল্পিতভাৱে তেওঁলোকে সৃষ্টি কৰা বা পুলিচক আক্ৰমণ কৰা যিটো কথা তাক প্ৰশাসন আৰু চৰকাৰে কেতিয়াও সহ্য কৰিব নোৱাৰে ৷

আনহাতে সাংবাদিকে এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ উচটনি থাকিব পাৰে নেকি বুলি সোধাত মন্ত্ৰী বৰাই কয় যে কংগ্ৰেছৰ উচটনি থাকিব পাৰে , এ আই ইউ ডি এফৰ উচটনিও থাকিব পাৰে ৷

ইপিনে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সোধাত তেওঁ কয় যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো এতিয়া আলোচনা হোৱা নাই ৷ ভৱিষ্যতে হ’বই ৷ আনহাতে ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব পাব নে বুলি সোধাত তেওঁ কয় যে এনেকৈ ৰাজহুৱাভাৱে কোৱা কথা নহয় ৷

সকলোৱে জানে আৰু আপোনালোকেও জানে ৷ উল্লেখ্য যে মন্ত্ৰী অতুল বৰাই অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, বিধায়ক ফণীভূষণ চৌধুৰী জ্যেষ্ঠ ভাতৃ প্ৰয়াত সুবোধ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd