• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৱেফা চেম্পিয়নচ্ লীগ: ৰোনাল্ডোৰ চমকেৰে জয় ইউনাইটেডৰ,বেয়াৰ্নৰ দুৰ্দ্দান্ত প্ৰদৰ্শন অব্যাহত,পৰাস্ত বাৰ্চিলোনা,চেলছি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 10:57 am
Champions League
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৱেফা চেম্পিয়নচ্ লীগত যোৱা নিশা নিজ নিজ খেলত জয় সাব্যস্ত কৰিছে বেয়াৰ্ন মিউনিখ,মানচেষ্টাৰ ইউনাইটেডে।

যোৱা নিশা গ্ৰুপ F ৰ এখন খেলত মানচেষ্টাৰ ইউনাইটেডে পৰাস্ত কৰে স্পেনিছ ক্লাব ভিলাৰেলক। প্ৰথমাৰ্দ্ধ গলশূন্য ভাৱে সামৰণি পৰাৰ পিছত দ্বিতীয়াৰ্দ্ধৰ ৫৩ মিনিটত আলকাচেৰৰ গলেৰে অগ্ৰগতি লাভ কৰে ভিলাৰেলে।

Apply Now

অৱশ্যে ভিলাৰেলৰ অগ্ৰগতি দীৰ্ঘস্থায়ী নহ’ল। খেলৰ ৬০ মিনিটত টেলেচৰ গলেৰে সমতা স্থাপন কৰে ইউনাইটেডে। ইনজুৰি টাইমত তাৰকা ফুটবলাৰ ৰোনাল্ডোৱে ইউনাইটেডৰ হৈ নিৰ্ণায়ক গল স্ক’ৰ কৰি জয় কঢ়িয়াই আনে।

আনহাতে ইউক্ৰেইনৰ ক্লাব ডাইনামো কিভক ৫-০ গলত বিধ্বস্ত কৰি গ্ৰুপ E ৰ শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে বেয়াৰ্ন মিউনিখে। মিউনিখৰ হৈ লেৱাণ্ড’স্কিয়ে দুটা গল স্ক’ৰ কৰাৰ বিপৰীতে এটাকৈ গল স্ক’ৰ কৰে গিনেব্ৰি, চানে আৰু চুপৌ মুটিঙে।

উল্লেখ্য যে লেৱাণ্ড’স্কিয়ে আজি চেম্পিয়নচ্ লীগৰ ইতিহাসত তৃতীয় সৰ্বাধিক গলদাতাৰ সাফল্য অৰ্জন কৰে। এইক্ষেত্ৰত লেৱাণ্ড’স্কিৰ আগত কেৱল ৰোনাল্ডো আৰু মেছিয়েহে স্থান লাভ কৰিছে।

আনহাতে পৰাজয়ৰ মুখ দেখিছে ডিফেণ্ডিং চেম্পিয়ন চেলছিয়ে। আজি চেলছিক একমাত্ৰ গলত পৰাস্ত কৰে ইটালীয়ান ক্লাৱ জুভেণ্টাচে। খেলৰ ৪৬ মিনিটত জুভেণ্টাচৰ হৈ একমাত্ৰ গলটো স্ক’ৰ কৰে কিয়েজাই।

ক্ৰমাগত দ্বিতীয় পৰাজয়েৰে চেম্পিয়নচ্ লীগৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে এসময়ৰ শক্তিশালী দল বাৰ্চিলোনা। এসময়ত ক্লাব ফুটবলত দপদপাই থকা স্পেনিছ ক্লাবটো বৰ্তমান প্ৰায় দুৰ্বল হৈ পৰিছে। প্ৰথম মেচত বেয়াৰ্নৰ বিপক্ষে ৩-০ গলত পৰাস্ত হোৱা বাৰ্চিলোনাক আজি পুনৰ ৩-০ গলত পৰাস্ত কৰে বেনিফিকাই।

পৰ্তুগীজ ক্লাবটোৰ হৈ ৩ মিনিটতে নুনেজে গলৰ পাতনি মেলাৰ পিছত ৬৯ মিনিটত ৰাফা ছিলভাই দলৰ হৈ দ্বিতীয়টো গল দিয়ে। খেলৰ ৭৯ মিনিটত নুনেজে দলৰ হৈ তৃতীয় তথা ব্যক্তিগত দ্বিতীয় গলটো স্ক’ৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd