• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

OLA, UBER আউট, peindia ইন; কাইলৈৰ পৰা পথত নচলে OLA, UBER!

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
September 30, 2021 4:15 pm
WhatsApp Image 2021-09-30 at 3.40.26 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীর্ঘদিনীয়া OLA আৰু UBER নামৰ বহিৰাগত স্বয়ংক্রিয় প্রতিষ্ঠানৰ শোষণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰৰ তৰফৰ পৰা সংগ্ৰাম চলি আহিছে।

এই সন্দৰ্ভত আজি কেৱ চালক আৰু যাত্ৰীক দীৰ্ঘদিন ধৰি চলাই অহা শোষণ আৰু লুণ্ঠণৰ প্ৰতিবাদত অল গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘৰ যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে।

Apply Now

উল্লেখিত প্রতিষ্ঠান কেইটাৰ লগত বহুবাৰ আলোচনা কৰাৰ লগতে সংগঠনৰ তৰফৰ পৰা কেইবাখনো স্মাৰক পত্ৰ দিয়া হয় বুলি সংগঠন কেইটাই জানিবলৈ দিয়ে।

কিন্তু বছৰ বছৰ ধৰি চলি অহা সকলো চেষ্টাক বুঢ়া আঙুলি দেখুৱাই নিজৰ শোষণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আহিছে। যাৰ ফল স্বৰূপে সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘ নামৰ ON-LINE CAB ৰ লগত জড়িত সংগঠন দুটাই যুটীয়াভাবে OLA আৰু UBER বৰ্জন কৰি বিকল্প হিচাবে থলুৱা প্ৰতিষ্ঠানক আদৰিবলৈ চেষ্টা অব্যাহত আছে।

তেওঁলোকে দাঙি ধৰা OLA আৰু UBER বৰ্জনৰ কাৰণ সমূহ হ’ল :

১) অধিক মাত্ৰাত COMMISSION (30%-35%) লোৱা।

২)কেবল যাত্ৰীৰ অভিযোগৰ ভিত্তিত চালকৰ একাউন্ট বন্ধ কৰি দিয়া।

৩) OLA আৰু UBER নামৰ প্ৰতিষ্ঠান দুটাৰ চালকৰ সুবিধাৰ অৰ্থে মহানগৰীত কার্যালয় নথকাতো দুর্ভাগ্যজনক কথা।

৪)ALL GUWAHATI CAB DRIVER UNION, ALL ASSAM CAB MOZDUR SANGHA ৰ তৰফৰ পৰা চালকৰ ক্ষতিপূৰণ হিচাবে প্রতিজন চালকৰ একাউন্টত 200000.00 টকা দিবলৈ দাবী জনোৱা হৈছিল, কিন্তু দুয়োটা প্রতিষ্ঠানে, সংগঠনৰ দাবীত কাণসাৰ দিয়া পৰিলক্ষিত নহ’ল।

৫) কেব চালকৰ বিপদৰ সময়ত, বিশেষকৈ ক’ৰোণা ভাইৰাছৰ নিচিনা মহামাৰীৰ সময়ত কোনো ধৰণৰ সহায় আৰু সহযোগ পোৱা ন’গল।

৬) সময়ে সময়ে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰা, বিশেষকৈ কার্যলয়লৈ যোৱা সময় আৰু ছুটিৰ সময়ত আৰু উৎসৱ পাৰ্বণৰ সময়ত অতিৰিক্ত নিৰিখত ভাড়া লগাই যাত্রী সকলক শোষণ কৰাতো দুয়োটা প্ৰতিষ্ঠানৰ সহজাত প্রবৃত্তিত পৰিণত হৈছে।

৭) অবৈধভাবে ব্যক্তিগত দুচকীয়া বাহনেৰে ব্যৱসায় চলাই চৰকাৰৰ ৰাজহ ফাঁকি দিয়াৰ লগতে ৰাজহ আদায় দিয়া বাহনৰ গৰাকী সকলৰ ব্যৱসায়ত ক্ষতিগ্রস্ত কৰি আহিছে।

আনহাতে, ১ অক্টোবৰৰ পৰা ola/uber বৰ্জন কাৰ্য্যসূচী লৈছে অল গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘই। তাৰ বিনিময়ত peindia কেৱ ব্যৱহাৰ কৰিবলৈ আহ্বান সংগঠন দুটাৰ।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd