• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন অসম পুলিচ দিৱস

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 1, 2021 12:33 pm
Assam Police Day celebrated in different parts of the state
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে অসম পুলিচ দিৱস। অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে আত্মনিয়োজিত আৰক্ষী সকলৰ নামত উৎসৰ্গিত এই দিন।

প্ৰতি বছৰে ১ অক্টোবৰত ৰাজ্যত অসম পুলিচ দিৱস উদযাপন কৰা হয়।

অসমৰ বিভিন্ন প্ৰান্তত আজি ৭১ সংখ্যক অসম পুলিচ দিৱস উদযাপন কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে অসম পুলিচ দিৱসৰ শুভেচ্ছা জনাই লিখিছে, “জনহিতজনসেৱাৰ্থে- ৩ কোটিতকৈও অধিক অসমবাসীৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা সৰ্ব সাহসী পুৰুষ আৰু মহিলাৰ দিন।

৭১ সংখ্যক অসম পুলিচ দিৱসত মই এই সাহসী সকলক অভিবাদন জনাইছো যিসকলে আমাৰ লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সেৱা আগবঢ়াবলৈ সদায় সাজু।”

 

জনহিতজনসেৱাৰ্থে – the maxim of brave men and women who protect the life & property of more than 3 crore Assamese people.

On 71st #AssamPoliceDay, I salute these bravehearts who are ever ready to serve for the safety and security of our people. pic.twitter.com/svAlyDejaN

— Himanta Biswa Sarma (@himantabiswa) October 1, 2021

ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়েও টুইটাৰ যোগে অসম পুলিচ দিৱসৰ অভিবাদন জনাইছে। তেওঁ উল্লেখ কৰিছে, “অসম আৰক্ষীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো আৰক্ষী বিষয়া আৰু কৰ্মচাৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। অসম আৰক্ষী সদায় মানুহৰ বাবে এক বিশ্বাসযোগ্য নাম হৈ আহিছে। আশা কৰোঁ ই সকলোৰে জীৱন আৰু শান্তি নিশ্চিত কৰাৰ বাবে মৌলিক কৰ্তব্য প্ৰদান কৰাত ইয়াৰ পবিত্ৰ ভূমিকা অব্যাহত ৰাখিব।”

My hearfelt greetings and congratulations to all rank and file on the occassion of 71st foundation Day of Assam Police. Assam police has always been a trusted name for the people. Hope it continues its hallowed role in providing basic policing to ensure life and peace to all. pic.twitter.com/2kAadX3Btm

— Prof. Jagdish Mukhi (@jagdishmukhi) October 1, 2021

ৰাজ্যপাল মুখীয়ে অসম আৰক্ষীৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষী বাহিনীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম পুলিচ দিৱসৰ শুভেচ্ছা জনাই টুইট কৰিছে যে, “ শুভকামনা অসম আৰক্ষী পৰিয়াল। ইতিহাসত নিমজ্জিত আৰু সমাজৰ প্ৰতি দৃষ্টান্তমূলক সেৱা প্ৰদৰ্শন কৰা এই মহান গোটটোৰ সাহসী পুৰুষ আৰু মহিলাসকলক মোৰ অভিবাদন।”

Greetings to the @assampolice family on #AssamPoliceDay. Steeped in history and demonstrating exemplary service to the society, my salutations to the braveheart men and women of this great unit. pic.twitter.com/3spN985n5L

— Sarbananda Sonowal (@sarbanandsonwal) October 1, 2021

আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি জিলা আৰক্ষী প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

যোৰহাট, নগাঁও, মৰিগাঁও আৰু বঙাইগাঁৱত আৰক্ষী দিৱস উপলক্ষে ব্লাড ড’নেচন কেম্প আয়োজন কৰে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd