• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ৯ খন জিলাক সামৰি বিজেপিৰ মাণ্ডলিক পৰ্যায়ত সাংগঠনিক সভা

যি জিলাত উপ নিৰ্বাচন হ'ব ,সেই জিলাৰ কাৰ্যকৰ্তাসকলে কঁকালত টঙালি বান্ধি ওলাইছে - ফনীন্দ্ৰ নাথ শৰ্মা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 1, 2021 2:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উদ্যোগত আজি দলটোৰ বঙাইগাঁও জিলা কাৰ্যালয়ত ৯ খন সাংগঠনিক জিলাক সামৰি এখন মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷

অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পুলক গোঁহাইৰ উপস্থিতিত অনুষ্ঠিত এই সাংগঠনিক সভাত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী, পূৱ ধুবুৰী, দক্ষিণ শালমাৰা- মানকাচাৰ, বৰপেটা আৰু বজালী সাংগঠনিক জিলাৰ সভাপতিসকল , সাধাৰণ সম্পাদকসকল ,জিলা প্ৰভাৰী, সহ প্ৰভাৰী, ৰাজ্যিক বিষয়ববীয়া আদি উপস্থিত থাকে ৷

সাংগঠনিক সভাত মূলত দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ লগতে দলটোৱে পালন কৰিবলগীয়া বিভিন্ন অনুষ্ঠান তথা কাৰ্যসূচী আদিৰ বিষয় আদি আলোচনা কৰা হয় ৷
ইপিনে সভাৰ অন্তত প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইখন এখন সাংগঠনিক বৈঠক আছিল ৷

Apply Now

সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলা আছে আৰু বিভিন্ন বিষয় আলোচনা আৰু পৰ্যোলোচনা কৰিবলৈ তথা সাংগঠনিক বিষয় আৰু ভৱিষ্যযত কাৰ্যপন্থা নিৰূপণৰ বাবে সেই সাংগঠনিক জিলা কেইখনক ছয়টা জ’নত বিভক্ত কৰি লৈছিলো ৷

সেই ছয়টা জ’নৰ ভিতৰত নখন জিলাক সামৰি বৃহস্পতিবাৰে বঙাইগাঁৱত এখন মাণ্ডলিক সংগঠনিক সভা অনুষ্ঠিত হয়৷ এই সভাত আমি সংগঠনৰ বিভিন্ন বিষয় সন্দৰ্ভত অতি পুংখানুপুংখভাৱে আলোচনা কৰিলো আৰু সংগঠনটোক আগন্তুক দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰিছো ৷

আনহাতে সাংগঠনিক সভাত উপস্থিত থকা অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাগক ফনীন্দ্ৰ নাথ শৰ্মাক উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কয় যে যি জিলাত উপ নিৰ্বাচন হ’ব ,সেই জিলাৰ কাৰ্যকৰ্তাসকলে কঁকালত টঙালি বান্ধি ওলাইছে ৷

নিৰ্বাচনত যি দলেই অৱতীৰ্ণ নহওক কিয় আমি প্ৰাৰ্থী বিজয়ী কৰাম ৷ সাংগঠনিক সম্পাদকগৰাকীয়ে আন কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ আগন্তুক কেবিনেট বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৷

সেয়ে তাৰ পূৰ্বে দলে নখন সাংগঠনিক জিলাক সামৰি অনুষ্ঠিত কৰা সাংগঠনিক সভাই বিশেষ গুৰুত্ব বহন কৰিছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd