• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণীৰ বৰ্দ্ধিত অবৈধ ব্যৱসায়ৰ বিপক্ষে আৰণ্যকৰ সাংবাদিককলৈ কৰ্মশালা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2021 7:13 pm
Aranyak
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্যপ্ৰাণীৰ বৰ্দ্ধিত অবৈধ ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি আৰণ্যকে ইয়াৰ অন্তৰ্গত “Disrupt and End Trade in Endangered and Rare Species” (DETER) ৰ তত্বাবধানত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৪৫ গৰাকী কামৰূপ আৰু দৰং জিলাৰ সাংবাদিককলৈ এখন কৰ্মশালা অনুষ্ঠিত কৰে৷

এই কৰ্মশালা খন কামৰূপ জিলা প্ৰশাসন আৰু জন সংযোগ বিভাগৰ সহযোগিতাত অনুষ্ঠিত কৰা হয়৷ কৰ্মশালাখনত কামৰূপ জিলা উন্নয়ন বিষয়া শ্ৰী নৰসিং বে ৰ উপস্থিতিত DETER ৰ আনুষ্ঠানিক ভাবে মুকলি কৰা হয় ৷

তেখেতে আৰণ্যকৰ পদক্ষেপবোৰক প্ৰশংসা কৰাৰ লগতে বন্য প্ৰাণীৰ অবৈধ ব্যৱসায়ৰ বিপক্ষে আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ জনায় ৷

Apply Now

আৰণ্যকৰ সচিব প্ৰধান আৰু মূখ্য কাৰ্যবাহী ড০ বিভৱ কুমাৰ তালুকদাৰে আৰণ্যকে লৈ থকা বিভিন্ন পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে জনাই যে বৰ্তমান বিশ্বৰ চতুৰ্থ স্থান দখল কৰা বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় মুঠ ২৩ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰিত হৈছে ৷

তেখেতে এই অবৈধ ব্যৱসায়ৰ লগত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়েও ক্ষীপ্ৰতাৰে গা কৰি উঠা সম্পৰ্কত উদ্দিগ্নতা প্ৰকাশ কৰিছে৷

এই অনুষ্ঠানতে আৰণ্যকৰ আইন আৰু ওকালতি সম্পৰ্কীয় বিভাগৰ প্ৰবন্ধক ড০ জিমি বৰাই প্ৰচলিত বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধ কৰাৰ বিভিন্ন ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰে ৷

আৰণ্যকৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে DETER ৰ উদ্দেশ্যৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে ৷

কামৰূপ জিলাৰ জন সংযোগ বিভাগৰ বিষয়া মঞ্জুৰাণী ডেকা ডাঙৰীয়ানীয়ে আৰণ্যকৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰি আটাইকে এই প্ৰচেষ্টাত সহযোগ আগ বঢ়াবলৈ আহ্বান জনায় ৷

সাংবাদিক সকলে আৰণ্যকৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ভৱিষ্যতেও অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় ৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd