• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NEET-SS পৰীক্ষা পিছুৱালে কেন্দ্ৰই; আদালতত দাখিল কৰিলে শপতনামা, কেতিয়া পাতিব পৰীক্ষা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2021 9:40 am
SSC-CGL-CHSL-exam_1627299452

প্রতিনিধিত্বমূলক ফটো।

499
VIEWS
Share on FacebookShare on Twitter

Defer NEET-SS exam: কেন্দ্ৰীয় চৰকাৰে বিতৰ্কৰ মাজতে National entrance eligibility examination (NEET)পৰীক্ষা পিছুৱাই দিলে। চিকিৎসকসকলৰ ছুপাৰ স্পেছিয়েলিটি বিভাগৰ পাঠ্যক্ৰমৰ বাবে নৱেম্বৰ মাহত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

ইপিনে, এই পৰীক্ষাৰ পদ্ধতি সলনি কৰা বুলি পৰীক্ষা কৰ্তৃপক্ষৰ পৰা জনোৱাৰ পাছত ইয়াৰ বিৰুদ্ধে চিকিৎসকসকলে প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল।

চিকিৎসকসকলে পৰীক্ষাৰ পূৰ্বে পেটাৰ্ণ সলনিৰ যথাযোগ্যতাৰ ওপৰত আদালতত প্ৰশ্ন উত্থাপন কৰিছিল। তাৰপাছত কেন্দ্ৰ অলপ হ’লেও পিছুৱাই আহিল।

সোমবাৰে আদালতত শপতনামা দাখিল কৰি কেন্দ্ৰীয় চৰকাৰে এই পৰীক্ষা দুমাহ পিছুৱাই ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে।

চিকিৎকসকলে নতুন পেটাৰ্ণত পৰীক্ষা দিয়াৰ বাবে যাতে নিজকে প্ৰস্তুত কৰাৰ যথেষ্ট সময় লাভ কৰে তাৰবাবেই পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি জনাইছে।

Also Read: লিডুত সাধাৰণ শুকান মাছৰ ব্যৱসায়ীৰ বাসগৃহত জব্দ ৪৭ লাখ ৫০ হাজাৰ টকা

উল্লেখ্য যো অহা ১৩ আৰু ১৪ নৱেম্বৰত পৰীক্ষা হোৱাৰ কথা আছিল যদিও ৪১গৰাকী প’ষ্ট গ্ৰেজুৱেট চিকিৎসকে শেষ মুহূৰ্তত পৰীক্ষাৰ পেটাৰ্ণ সলনি কৰাৰ বিষয়ে আপত্তি দৰ্শাই আদালতৰ কাষ চাপিছিল।

বিষয়টোত নিজৰ চিন্তা ব্যক্ত কৰি আদালতেও প্ৰশ্ন উত্থাপন কৰি এই বছৰ পূৰ্বৰ পেটাৰ্ণ অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিবেচনা কৰিবলৈ কেন্দ্ৰক জনাইছিল।

আদালতৰ পৰ্যবেক্ষণৰ পাছতে কেন্দ্ৰই বিষয়টোৰ ওপৰত বিগত সপ্তাহত বৈঠক অনুষ্ঠিত কৰি পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই বিষয়ে আদালতত শপতনামা দাখিল কৰে।   

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd