• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাজকন্যা’ক ৰক্ষা কৰিবলৈ গৈ সংকটত চিকিৎসক নৱনীল বৰুৱা,GNRC কৰ্তৃপক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 6:33 pm
Police Serves Notice to GNRC Authorities, Dr Navanil Baruah
534
VIEWS
Share on FacebookShare on Twitter

ৰাজকন্যা বৰুৱাৰ ‘ড্ৰিংক এণ্ড হিট’ ঘটনাই লৈছে নতুন মূৰ। এইবাৰ আৰক্ষীৰ ৰোষত পৰিছে ৰাজকন্যা বৰুৱাৰ উদ্ধাৰকাৰীৰ ৰূপত অৱতীৰ্ণ হ’বলৈ যোৱা বিখ্যাত চিকিৎসক নৱনীল বৰুৱা আৰু GNRC হাস্পতাল কৰ্তৃপক্ষ।

ৰাজকন্যা বৰুৱা গোচৰৰ তদন্ত কৰি থকা গুৱাহাটী আৰক্ষীয়ে জিএনআৰচি চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱালৈ ৰাজকন্যা বৰুৱাক অসুস্থ বুলি চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে জাননী প্ৰদান কৰিছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছয়জন জ্যেষ্ঠ চিকিৎসকক লৈ গঠিত চিকিৎসা পৰিষদে মডেলগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ জিএনআৰচি পৰিদৰ্শন কৰাৰ পিছত আৰু তেওঁ সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজকন্যা বৰুৱাক।

বিভিন্ন পক্ষই অভিযোগ কৰে যে জিএনআৰচি কৰ্তৃপক্ষ আৰু ডাঃ বৰুৱাই ৰাজকন্যা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰি গ্ৰেপ্তাৰৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল।

সেইবাবে তেওঁলোকো তদন্তৰ আওতালে আহিব লাগে বুলি দাবী উত্থাপন হৈছিল।

উল্লেখ্য যে সুৰামত্ত মডেল ৰাজকন্যা বৰুৱাৰ বাহনৰ খুন্দাত আহত হৈছিল ৯ জন শ্ৰমিক। তাৰে এজনে হেৰুৱাব লগীয়া হৈছিল দুয়োখন ভৰি।

পোন প্ৰথমে আৰক্ষীৰ আপোচৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনৰ গ্ৰেপ্তাৰ হয় মডেলগৰাকী।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd