• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কনিষ্টবল-ছাব অফিচাৰ-ফায়াৰমেনৰ PST/PET পৰীক্ষাৰ সূচী প্ৰকাশ ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 10:49 am
Assam-Police-1200x675-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Admit Cards for PST/ PET Exam অসম ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে জাৰি কৰা এক বিশেষ জাননীত এপিআৰঅ’ৰ কনিষ্টবল, ছাব অফিচাৰ তথা কনিষ্টবল, গাৰ্ডমেনৰ পিএছটি/পিইটি পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে।

যোৱা ২০২০ৰ ১৮ ফেব্ৰুৱাৰীত বিজ্ঞাপন যোগে এপিআৰঅ’ৰ কনিষ্টবল, ছাব অফিচাৰ, অগ্নিনিৰ্বাপক বাহিনীৰ খালী পদ পূৰণৰ বাবে আৰু সেইদৰে ৮ জুন, ২০২০ত কনিষ্টবল, গাৰ্ডমেনৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।

জাননীত পিএছটি/পিইটি পৰীক্ষাৰ তাৰিখ জিলা ভিত্তিত ঘোষণা কৰা হৈছে।

Apply Now

প্ৰাৰ্থীসকলে ১২ অক্টোবৰৰ পৰা পিএছটি/পিইটি পৰীক্ষাৰ বাবে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

প্ৰাৰ্থীসকলে এছএলপিআৰবি ৱেবছাইট www.slprbassam.in ত গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

প্ৰয়োজন হ’লে প্ৰাৰ্থীসকলে হেল্পলাইন নং-8826762317 ত যোগাযোগ কৰিব পাৰে।

জাননী অনুসৰি বিভিন্ন জিলাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সূচী এনেধৰণৰ:-

২৫ অক্টোবৰত গোলাঘাটত, ২ নবেম্বৰত মাজুলী, ৫ নবেম্বৰত বঙাইগাঁৱত, ৮ নবেম্বৰত কাচাৰ, ৮ নবেম্বৰত গোৱালপাৰা, উক্ত তাৰিখতে কোকৰাঝাৰত, ১২ নবেম্বৰত ডিব্ৰুগড়-হাইলাকান্দি-নলবাৰীত, ১৭ নবেম্বৰত যোৰহাটত, ২০ নবেম্বৰত কামৰূপ মেট্ৰ’-কৰিমগঞ্জ-লখিমপুৰত, ২২ নবেম্বৰত লখিমপুৰ-বৰপেটা-নগাঁও-দক্ষিণ শালমাৰা-ওদালগুৰিত, ২৫ নবেম্বৰত কাৰ্বি আংলঙত, ২৭ নবেম্বৰত কামৰূপ গ্ৰাম্যত, ২৯ নবেম্বৰত ধেমাজি-শোণিতপুৰ-তিনিচুকীয়াত, ৩ ডিচেম্বৰত বাক্সা-ধুবুৰী-ডিমাহাচাওত, ৬ ডিচেম্বৰত চৰাইদেউ-পশ্চিম কাৰ্বিআংলংত, ৭ ডিচেম্বৰত মৰিগাঁৱত, ৯ ডিচেম্বৰত বিশ্বনাথত- ১৩ ডিচেম্বৰত চিৰাং আৰু শিৱসাগৰত, ১৭ ডিচেম্বৰত হোজাইত আৰু ২০ ডিচেম্বৰত দৰঙত।

All aspirants to take note please. Wishing for the best to join us in serving the @assampolice and people of the state. @mygovassam @CMOfficeAssam https://t.co/zfADqbfcPV

— GP Singh (@gpsinghips) October 10, 2021

প্ৰাৰ্থীসকলে ৱেবছাইটত গৈ এই বিষয়ত আৰু সৱিশেষ তথ্য বিচাৰিব পাৰে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd