• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ বাজিব নেকি যুদ্ধৰ দাবানল ! ব্যৰ্থ ভাৰত আৰু চীনৰ সেনা পৰ্যায়ৰ বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 4:09 pm
India-China military dialogue on East Ladakh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখকলৈ পুনৰ চীন ভাৰতৰ মাজত হ’ব নেকি যুদ্ধ? চীনৰ হাতলৈ যাব নেকি ভাৰতৰ ভূ-স্বৰ্গ লাডাখ? অপৰূপা লাডাখ হেৰাই যাব নেকি ভাৰতৰ মানচিত্ৰৰ পৰা?

কি হ’ব লাডাখৰ ভৱিষ্যৎ? কি হ’ব লাডাখী জনগণৰ? লাডাখক আৰু লাডাখীক ৰক্ষা কৰিব পাৰিব নে ভাৰতে?

ভাৰত আৰু চীনৰ সেনা পৰ্যায়ৰ এক বৈঠক ব্যৰ্থ হোৱাৰ পিছতে এই অনাহূত প্রশ্নৰ উদ্ৰেক হৈছে সচেতন মহলৰ মাজত।

যোৱা দেওবাৰে লাডাখ সীমান্তৰ বিবাদ মীমাংসাৰ বাবে চীনৰ বেইজিঙত ভাৰতীয় সেনা আৰু পিপলছ লিবাৰেশ্যন আৰ্মিৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল।

কিন্তু এই গুৰুত্বপূৰ্ণ এই আলোচনা ব্যৰ্থ হৈছে। নিজৰ নিজৰ স্থিতিত অটল আছে ভাৰত আৰু চীন।

দেওবাৰ হোৱা আলোচনাৰ অন্তত ভাৰতীয় সেনাই কয় যে চীন সন্মত হোৱা নাই, আনকি তেওঁলোকে আলোচনা আগুৱাই নিবলৈও প্ৰয়াস কৰা নাই।

স্মৰ্তব্য যে যোৱা ১৭ মাহে লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত বিবাদ চলি আহিছে।

বিগত বৰ্ষৰ জুনত মাহত দুই দেশৰ সেনাৰ মাজত লাডাখৰ গালৱান উপত্যকাত হোৱা মুখামুখি সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা মৃ্ত্যু হৈছিল। ভাৰতে দাবী কৰা অনুসৰি ৪০ গৰাকীৰো অধিক চীনা সৈন্যৰ মৃত্যু হৈছিল।

তেতিয়াৰ পৰাই লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত সীমা বিবাদকলৈ অচলাৱস্থা অব্যাহত আছে।

এই অচলাৱস্থাকে দূৰ কৰিবলৈ ভাৰতীয় সেনাৰ 13 কৰ্পছ কামাণ্ডা পৰ্যায়ৰ বিষয়াই বেইজিঙত PLAৰ সৈতে আলোচনাত মিলিত হৈছিল।

আলোচনাত চীনে লাডাখৰ হট স্প্ৰিং, ডেপচা সমতল আৰু ডেমচোকৰ পৰা নিজৰ অধিকাৰৰ দাবী উঠাই ল’বলৈ অস্বীকাৰ কৰিছে।

ইয়াৰ এদিনৰ পিছতে চীনে সেই স্থান ত্যাগ নকৰিলে ভাৰতেও সেই স্থান ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে ভাৰতীয় সেনা প্ৰধান এম এম নাৰাভনে।

স্থলসেনা প্ৰধানগৰাকীৰ এই মন্তব্যৰ পিছতে লাডাখ সীমান্তকলৈ দুই দেশৰ সেনাৰ মাজত পৰৱৰ্তী সময়ত সংঘাত আৰু বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে স্থলসেনা প্ৰধান নাৰাভনে এইদৰে মন্তব্য কৰিলেও চীনে দ্বিপাক্ষিক সম্পৰ্ক তথা চুক্তি আৰু প্ৰট’ক’ল সম্পূৰ্ণৰূপে মানি চলিব আশাবাদী।

ইফালে, পিএলএ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ মুখপাত্ৰগৰাকীয়ে এক বিবৃতিত কয় যে ভাৰতে এতিয়াও অযৌক্তিক আৰু অবাস্তৱ দাবীৰ ওপৰত জোৰ দি আছে, যাৰ ফলত আলোচনা অধিক কঠিন হৈ পৰিছে।

আনহাতে ৩১ জুলাইত লাডাখৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ পাংগং টছ’, গালৱান ভেলী, গোগ্ৰাক লৈ অনুষ্ঠিত 12 কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ৯ ঘণ্টীয়া আলোচনাও ফলপ্ৰসূ বিশেষ হোৱা নাছিল।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত এতিয়াও অচলাৱস্থা অব্যাহত আছে, অৰ্থাৎ দুয়োপক্ষ নিজৰ নিজৰ স্থিতিতে অটল হৈ আছে। ইয়াৰ ফলত বিগত বৰ্ষৰ দৰে সীমান্তকলৈ দুই প্ৰতিবেশী দেশৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰো সম্ভাৱনাই পুনৰ দেখা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd