• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Arms and ammunition বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত জব্দ বৃহৎ পৰিমাণৰ গোলা-বাৰুদৰ অৱশিষ্ট

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
October 12, 2021 2:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত জব্দ বৃহৎ পৰিমাণৰ গোলা-বাৰুদৰ অৱশিষ্টৰ লগতে ৰকেট লান্সাৰৰ অৱশিষ্ট ।Iঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনক আটক কৰিছে।

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ অভিযান। কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে সোমবাৰে আবেলি অভিযান চলাই শুকানজুলি ফায়াৰিং ৰেঞ্জৰ পৰা সংগৃহীত বৃহৎ পৰিমাণৰ গোলা বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰে।

Apply Now

বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশ মৰ্মে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীয়ে দৰঙামেলাত চলাইছিল আকস্মিক অভিযান।

অভিযান কালত দৰঙামেলাৰ হানিফ স্ক্ৰেপ ডীলাৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে ১৫১ টা মৰ্টাৰৰ অৱশিষ্ট, ৮৪ টা ৰকেট লান্সাৰৰ অৱশিষ্ট, ৫ টা বৰটোপৰ অৱশিষ্টৰ লগতে প্ৰায় ২০০ কেজি গুলি আৰু বোমা বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক।

আটকাধীন দুই ব্যৱসায়ী মহম্মদ আলি আৰু হানিফ আলি। ভাৰত ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফায়াৰিং ৰেঞ্জ যত ভাৰতীয় সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকে গোলা বাৰুদ বিস্ফোৰণৰ প্ৰশিক্ষণ লয়।

ভূটান সীমান্তৰ শুকানজুলি অঞ্চলৰ এচাম দুখীয়া লোকে গোলা বাৰুদৰ প্ৰশিক্ষণ চলি থকাৰ সময়ত পাহাৰত বাংকাৰ সাজি লুকাই থাকি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি গোলা বাৰুদৰ অৱশিষ্ট সংগ্ৰহ কৰে। সংগৃহীত গোলা বাৰুদৰ অৱশিষ্ট সমূহ এচাম লোকক বিক্ৰী কৰি তাৰ পৰা পোৱা ধনেৰে চলাই গৈছে জীৱন জীৱিকা।

কিছুদিন পূৰ্বে শুকানজুলি ফায়াৰিং ৰেঞ্জত গুলিৰ অৱশিষ্ট বুটলিবলৈ গৈ অসম ৰাইফলছৰ প্ৰশিক্ষণৰ বোমাৰ আঘাতত মৃত্যু হৈছিল ১৪ বছৰীয়া এটি কিশোৰৰ।

আৰক্ষীৰ পৰা লুকুৱাই মাটিত পুতি থৈছিল মৃতদেহ। পিছত মাটি খান্দি উলিওৱা হৈছিল মৃতদেহ।

এতিয়ালৈকে গোলা বাৰুদৰ অৱশিষ্ট বুটুলিবলৈ গৈ কিমান লোকে প্ৰাণ হেৰুৱাইছে তাৰ সঠিক হিচাপ নাই।

গোলা বাৰুদৰ অৱশিষ্ট অবৈধ ভাবে ক্ৰয় কৰি জমা ৰখাৰ অপৰাধত আটক হোৱা দুয়োজন ব্যৱসায়িক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

দীপক কুমাৰ পাঠক, বাক্সা

দীপক কুমাৰ পাঠক, বাক্সা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd