• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাগত নিৰ্বাচন! ৰাম মন্দিৰত উপাসনা অৰৱিন্দ কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 6:45 pm
Kejriwal offering prayers at Ram Janambhoomi
141
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ৰাম মন্দিৰত উপাসনা কৰিলে অৰৱিন্দ কেজৰিৱালেও। আজি অযোধ্যাস্থিত ৰাম জনমভূমি দৰ্শন কৰে হিন্দুত্ববাদীসকলৰ চকুৰ কূটা কেজৰিৱালে।

দৰ্শন কৰি উঠি সাংবাদিকৰ আগত তেওঁ কয় যে ৰাম মন্দিৰ দৰ্শন কৰি তেওঁ ভাগ্যশালী অনুভৱ কৰিছে। সকলোকে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ তেওঁ আহ্বান কৰে।

দেশৰ উন্নতিৰ বাবে ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা আৰ্শীবাদ বিচৰা বুলিও তেওঁ জনায়। তদুপৰি তেওঁ আশ্বাস দিয়ে যে দিল্লী চৰকাৰে ৰাম জন্মভূমিক মুখ্যমন্ত্ৰীৰ বিনামূলীয়া তীৰ্থযাত্ৰা যোঁজনাৰ অন্তৰ্ভূক্ত কৰিব।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহ মান বাকী আছে। নিৰ্বাচনটোত কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়েও সক্ৰিয় ভূমিকা ল’ব।

ৰাজ্যখনৰ সকলো সমষ্টিতে নিৰ্বাচন খেলিব দলটোৱে। ইতিমধ্যে দলটোৱে ভোটাৰসকললৈ বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

তেনে পৰিস্থিতিত কেজৰিৱালে এই ৰামভক্তি লক্ষ্যণীয় হৈ পৰিছে।

বিশেষকৈ গৰিষ্ঠসংখ্যক হিন্দু ভোটাৰ থকা ৰাজ্যখনত ভোটাৰক আকৰ্ষিত কৰিবলৈকে কেজৰিৱালে ৰাম মন্দিৰ দৰ্শন কৰে বুলি চৰ্চিত হৈছে।

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd