অসম চৰকাৰে ২০২২বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। আগন্তুক বর্ষত মুঠ চৰকাৰী বন্ধ থাকিব ৩৫ দিন। সেই অনুসৰি চৰকাৰী বন্ধৰ সম্পূৰ্ণ তালিকাখন দাঙি ধৰা হ’ল।
| তাৰিখ | কি উপলক্ষে |
| ১৫, ১৬ জানুৱাৰী | মাঘ বিহু আৰু টুছু পূজা |
| ২৩ জানুৱাৰী২৫ জানুৱাৰী | নেতাজীৰ জন্মদিৱসবাথৌ পূজা |
| ২৬ জানুৱাৰী | গণৰাজ্য দিৱস |
| ২৮ জানুৱাৰী | বাথৌ পূজা |
| ৩১ জানুৱাৰী | মে–দাম–মে–ফি |
| ১৬ ফেব্ৰুৱাৰী | বীৰ চিলাৰায় দিৱস |
| ১৮ মাৰ্চ | দৌলযাত্ৰা |
| ১৪, ১৫, ১৬ এপ্ৰিল | বহাগ বিহু |
| ২১ এপ্ৰিল | সতী সাধিনী দিৱস |
| ১ মে’ | মে’ দিৱস |
| ৩ মে | ঈদ-উল-ফিটৰ |
| ১৬ মে | বুদ্ধ পূৰ্ণিমা |
| ১৭ মে | শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ |
| ১০ জুলাই | ঈদ উদ জোহা |
| ১৫ আগষ্ট | স্বাধীনতা দিৱস |
| ১৯ আগষ্ট | জন্মাষ্টমী |
| ২৯ আগষ্ট | শ্ৰীমন্ত শংকৰদেৱৰ তিথি |
| ৬ ছেপ্টেম্বৰ | কৰম পূজা |
| ১৪ ছেপ্টেম্বৰ | শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি |
| ২ অক্টোবৰ | গান্ধী জয়ন্তী আৰু দুৰ্গা পূজা সপ্তমী |
| ৩ আৰু ৪ অক্টোবৰ আৰু ৫ অক্টোবৰ | দুৰ্গা পূজা অষ্টমী, নৱমী, দশমী, শংকৰদেৱৰ জন্মোত্সৱ। |
| ১৮ অক্টোবৰ | কাতি বিহু |
| ২৪ অক্টোবৰ | কালী পূজা আৰু দীপাৱলী |
| ২৭ অক্টোবৰ | ভাতৃ দ্বিতীয়া |
| ৩০ নৱেম্বৰ | ষট পূজা |
| ৮ নৱেম্বৰ | গুৰু নানকৰ জন্মদিৱস |
| ২৪ নৱেম্বৰ | লাচিত দিৱস, |
| ২ ডিচেম্বৰ | অসম দিৱস |
| ২৫ ডিচেম্বৰ | বৰদিন |





